পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশনা নং পি আৰ দি-১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬ যোগে মাজুলী জিলাৰ মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তক ঢকুৱাখনা উন্নয়ন খণ্ডত আৰু পি আৰ দি -১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬ (এ ) নং নিৰ্দেশনা যোগে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিবাকৰ দেৱক ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি দিছে । খবৰ অনুসৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডত দুগৰাকীকৈ পূৰ্ণ পদ মৰ্যাদাৰ খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিছে । যোৱা ৭ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিবৰ নিৰ্দেশনা মতে এই দুগৰাকী অসম অসামৰিক সেৱাৰ বিষয়াক পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত উন্নয়ন খণ্ড দুটাত কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্দেশ দি নিযুক্তি দিছে । উল্লেখ্য যে বিগত কেইবা মাহ ধৰি দুয়োটা উন্নয়ন খণ্ড ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে পৰিচালিত হৈ আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीजेपी कार्यसमिति की बैठक के बाद बड़े उलटफेर की तैयारी, उपचुनाव के लिए भी बनेगी खास रणनीति
राजस्थान बीजेपी में अब संगठनात्मक बदलाव की चर्चा तेज हो गई है. हालांकि, अभी 10 जुलाई को बजट और 13...
ನಾಳೆ 'ಸ್ವಾಭಿಮಾನಿ ಪುಸ್ತಕ ಪ್ರಶಸ್ತಿ' ಪ್ರದಾನ
ಬೆಂಗಳೂರು: ಸ್ವಾಭಿಮಾನಿ ಕರ್ನಾಟಕ ವೇದಿಕೆಯ ಸ್ವಾಭಿಮಾನಿ ಪುಸ್ತಕ ಪ್ರಶಸ್ತಿ ಪ್ರದಾನ ಸಮಾರಂಭವು ಜೂನ್ 10ರ ಶನಿವಾರ...
बाबा नारायण साकार हरि हाउस अरेस्ट, हाथरस हादसे में 121 लोगों की मौत
हाथरस हादसे में बाबा नारायण साकार हरि हाउस अरेस्ट किया गया है. मैनपुरी पुलिस ने बाबा को हाउस...
અંબાજીમાં પૂજારીઓ દ્વારા ભક્તો ઉપર ફૂલોનો વરસાદ કર્યો
હોળીના દિવસે મોટી સંખ્યામાં શ્રદ્ધાળુઓ જગત જનની અંબાના મંદિરે પહોંચ્યા હતા. ભારે સંખ્યામાં લોકોએ...
युवा शक्ति ने छायादार 51 पौधे लगाए और पर्यावरण बचाओ का संदेश दिया। केशोरायपाटन
युवा शक्ति ने छायादार 51 पौधे लगाए और पर्यावरण बचाओ का संदेश दिया।
केशोरायपाटन
ग्राम...