পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশনা নং পি আৰ দি-১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬ যোগে মাজুলী জিলাৰ মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তক ঢকুৱাখনা উন্নয়ন খণ্ডত আৰু পি আৰ দি -১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬ (এ ) নং নিৰ্দেশনা যোগে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিবাকৰ দেৱক ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি দিছে । খবৰ অনুসৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডত দুগৰাকীকৈ পূৰ্ণ পদ মৰ্যাদাৰ খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিছে । যোৱা ৭ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিবৰ নিৰ্দেশনা মতে এই দুগৰাকী অসম অসামৰিক সেৱাৰ বিষয়াক পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত উন্নয়ন খণ্ড দুটাত কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্দেশ দি নিযুক্তি দিছে । উল্লেখ্য যে বিগত কেইবা মাহ ধৰি দুয়োটা উন্নয়ন খণ্ড ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে পৰিচালিত হৈ আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশ্ব হিন্দু মহাসংঘ অসমে নিশা উত্তৰ গুৱাহাটী আৰক্ষী থানাত ভূপেন বড়াৰ বিৰুদ্ধে তৰিলে গোছৰ
বিশ্ব হিন্দু মহাসংঘ অসমে নিশা উত্তৰ গুৱাহাটী আৰক্ষী থানাত ভূপেন বড়াৰ বিৰুদ্ধে তৰিলে গোছৰ
Delhi Free Electricity Subsidy: दिल्ली में मुफ्त बिजली पर संकट, एलजी ने रोकी बिजली सब्सिडी की फाइल
नई दिल्ली, Delhi Free Electricity Subsidy: दिल्ली सरकार की बिजली मंत्री आतिशी ने...
ভাৰত-কানাডাৰ উত্তেজনাঃ সমীক্ষাত দেখা গৈছে যে ট্ৰুডোৱে ঘৰুৱা মাটিত জনসাধাৰণৰ আস্থা হেৰুৱাইছে
ভাৰতৰ সৈতে কূটনৈতিক তৎপৰতাৰ মাজতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোক উত্তৰ আমেৰিকান দেশখনৰ...
દીકરીઓની સલામતી અને મહિલા સુરક્ષા -સશક્તિકરણ માટે ગુજરાત પોલીસ કટિબદ્ધ છે #gujarat #police #2024
દીકરીઓની સલામતી અને મહિલા સુરક્ષા -સશક્તિકરણ માટે ગુજરાત પોલીસ કટિબદ્ધ છે #gujarat #police #2024