লক্ষীমপুৰত শুক্ৰবাৰে বিয়লি আটক ড্ৰাগছ সৰবৰাহকাৰী | চিলনীবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে আফ্ৰিনা বেগম নামৰ দ্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক | লগতে উদ্ধাৰ কৰে ১১ গ্ৰাম দ্ৰাগছ | লক্ষীমপুৰ চহৰৰ পৰা অৰুণাচল অভিমুখে ৰাওনা হোৱা এখন টাটা চুমুত গৈ থকা অবস্থাতে খনাজান নামৰ ঠাই খিনিত চিলনীবাৰী আৰক্ষীয়ে অভিযান চলাই মহিলা গৰাকীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে দ্ৰাগছ খিনি |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খোৱাং সমষ্টিক ডিব্ৰুগড় জিলাৰ উপ জিলা হিচাপে ৰাজ্যিক কেবিনেটে ঘোষনা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
খোৱাং সমষ্টিক ডিব্ৰুগড় জিলাৰ উপ জিলা হিচাপে ৰাজ্যিক কেবিনেটে ঘোষনা কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...
CM Kejriwal Gets Bail News: केजरीवाल की जमानत पर Manish Sisodia ने कहा- देश में तानाशाही नहीं चलेगी
CM Kejriwal Gets Bail News: केजरीवाल की जमानत पर Manish Sisodia ने कहा- देश में तानाशाही नहीं चलेगी
Prestone Tynsong questions TMC over Assam Meghalaya boundary issue
Prestone Tynsong questions TMC over Assam Meghalaya boundary issue
VIDEO: ચાલતી ટ્રેનમાં ચડતી વખતે વૃદ્ધ મહિલા અને તેનો પુત્ર લપસી પડ્યા, પછી RPF સ્ટાફે સુપર વુમન બનીને બચાવ્યો જીવ
રેલવે સ્ટેશન પર અવારનવાર નાની મોટી ઘટનાઓ બનતી રહે છે. ઘણી વખત આ ઘટનાઓમાં આરપીએફ સ્ટાફની બહાદુરીના...
फ्री बिजली योजना को लेकर भजनलाल सरकार का बड़ा फैसला, इन उपभोक्ताओं को लगेगा झटका
राजस्थान की भजनलाल सरकार गहलोत सरकार की कई योजनाओं को बंद करने में लगी हुई है. पिछली सरकार की...