লক্ষীমপুৰত শুক্ৰবাৰে বিয়লি আটক ড্ৰাগছ সৰবৰাহকাৰী | চিলনীবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰে আফ্ৰিনা বেগম নামৰ দ্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকীক | লগতে উদ্ধাৰ কৰে ১১ গ্ৰাম দ্ৰাগছ | লক্ষীমপুৰ চহৰৰ পৰা অৰুণাচল অভিমুখে ৰাওনা হোৱা এখন টাটা চুমুত গৈ থকা অবস্থাতে খনাজান নামৰ ঠাই খিনিত চিলনীবাৰী আৰক্ষীয়ে অভিযান চলাই মহিলা গৰাকীক আটক কৰাৰ লগতে উদ্ধাৰ কৰে দ্ৰাগছ খিনি |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મંત્રી મુકેશ પટેલે કઈ યોજનાનો શુભારંભ કરાયો
#buletinindia #gujarat #surat
શહિદ થયેલ તેમજ ચાલુ ફરજે મૃત્યુ પામેલ કર્મચારીઓના પરિવારજનોને દિવાળીની શુભેચ્છા પાઠવતું પોલીસ પરીવાર
લોકરક્ષક તરીકે ફરજ બજાવતા ભીખાભાઈ માનસંગભાઈ જાંબુડીયા રહે.ભલગામડા તા.લીંબડી તથા પો.સ.ઈ.તરીકે ફરજ...
देव, घैसास, कीर महाविद्यालयात जनजाती गौरव दिवस साजरा
रत्नागिरी : भारत शिक्षण मंडळाच्या देव,घैसास, कीर वरिष्ठ महाविद्यालयात भगवान बिरसा मुंडा जयंती...
Breaking: Noida में फिर दिखा Dogs का आतंक, सोसायटी की लिफ्ट में जा रही बच्ची पर किया अटैक | Aaj Tak
Breaking: Noida में फिर दिखा Dogs का आतंक, सोसायटी की लिफ्ट में जा रही बच्ची पर किया अटैक | Aaj Tak