ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে যদিও আজিও সমস্যাত জৰ্জৰিত হৈ আছে চাহ বাগিচাৰ শ্ৰমিক সকল। শেহতীয়াকৈ চাহ বাগিচাত দৈনিক কাম কৰা শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে শ্ৰমিক সকলক আনন্দিত হোৱা পৰিলক্ষিত হৈছিল যদিও চাহ বাগিচাত কাম কৰা উপ- কৰ্মচাৰী সকলৰ আজিও দৰমহা বৃদ্ধি নহ'ল। লগতে উপ- কৰ্মচাৰী সকলে পাব লগা বোনাচ চৰকাৰে মোকলাই নিদিয়াৰ অভিযোগ চাহ বাগিচাৰ শ্ৰমিক সকলৰ। ইয়াৰ পাছতে উপ- কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰা আৰু পাবলগীয়া বোনাচ মোকলাই দিয়াৰ দাবীত আজি মৰাণ হিঙিজান চাহ বাগিচাত ৩ ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচা খনৰ উপ- কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে দৰমহা বৃদ্ধি কৰা আৰু বোনাচ মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नाला जाम होने से खेतो में भरा पानी, 1500 बीघा फसल गलने के कगार पर, ग्रामीणों ने ज्ञापन सौंपा, अनशन की दी चेतावनी
लाखेरी - उपखंड क्षेत्र के देहीखेडा क्षेत्र के ग्रामीणों ने रोड पर पानी की निकासी के लिए बने नाले...
আজি সামৰণি পৰা অসম যুৱ অলিম্পিকৰ জিলা ভিত্তিক পদক তালিকা
আজি সামৰণি পৰা অসম যুৱ অলিম্পিকৰ জিলা ভিত্তিক পদক তালিকা।
करंट की चपेट में आ जाने से संविदा कर्मचारी की मौत, ग्रामीणों ने कलेक्ट्रेट पर किया प्रदर्शन, लाइनमैन पर कार्रवाई और मुआवजे की मांग।
नमाना क्षेत्र के सिलोर में शनिवार को काम करते समय बिजली निगम का एक संविदा कर्मचारी...
ৰহা আঞ্চলিক অ:জা:যু:ছা:প ই মেধাবী ছাত্ৰ ওমপ্ৰকাশ বনীয়া আৰু মেধাবী ছাত্ৰী স্বাশ্বতী ভূঞা ক জনালে সম্বৰ্ধনা।দৰিদ্ৰতা কেতিয়াও শিক্ষাত হেঙাৰ হব নোবাৰে প্ৰমান কৰিলে ওমপ্ৰকাশ বনীয়াই।
মনত প্ৰবল একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে দৰিদ্ৰতা কেতিয়াও শিক্ষা ৰ ক্ষেত্ৰত হেঙাৰ হব নোবাৰে...
સુરતમા આમ આદમી પાર્ટીના છ કોર્પોરેટરો એકસાથે ગૃહરાજ્ય મંત્રી હર્ષ સંઘવીની હાજરીમા ભાજપમા જોડાયા.
સુરતમા આમ આદમી પાર્ટીના છ કોર્પોરેટરો એકસાથે ગૃહરાજ્ય મંત્રી હર્ષ સંઘવીની હાજરીમા ભાજપમા જોડાયા....