ৰাজ্য চৰকাৰে চাহ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বহু অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰিছে যদিও আজিও সমস্যাত জৰ্জৰিত হৈ আছে চাহ বাগিচাৰ শ্ৰমিক সকল। শেহতীয়াকৈ চাহ বাগিচাত দৈনিক কাম কৰা শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে শ্ৰমিক সকলক আনন্দিত হোৱা পৰিলক্ষিত হৈছিল যদিও চাহ বাগিচাত কাম কৰা উপ- কৰ্মচাৰী সকলৰ আজিও দৰমহা বৃদ্ধি নহ'ল। লগতে উপ- কৰ্মচাৰী সকলে পাব লগা বোনাচ চৰকাৰে মোকলাই নিদিয়াৰ অভিযোগ চাহ বাগিচাৰ শ্ৰমিক সকলৰ। ইয়াৰ পাছতে উপ- কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰা আৰু পাবলগীয়া বোনাচ মোকলাই দিয়াৰ দাবীত আজি মৰাণ হিঙিজান চাহ বাগিচাত ৩ ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচা খনৰ উপ- কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে দৰমহা বৃদ্ধি কৰা আৰু বোনাচ মোকলাই দিয়াৰ বাবে চৰকাৰক দাবী জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক পদ্ম হাজৰিকাৰ
মিঞা মিউজিয়ামক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক পদ্ম হাজৰিকাৰ
গোলাঘাটত গেলামালৰ দোকানৰ আঁৰত নিষিদ্ধ ভাং আৰু অবৈধ সুৰাৰ ব্যবসায়ী ভাং ব্যৱসায়ীৰ বিৰুদ্ধে সৰব
গোলাঘাটত গেলামালৰ দোকানৰ আঁৰত নিষিদ্ধ ভাং আৰু অবৈধ সুৰাৰ ব্যবসায়
বেগেনাখোৱাত...
টীয়কৰ বিসৰ্জন স্থলী ৰ পৰা #khabar24x7assam
টীয়কৰ বিসৰ্জন স্থলী ৰ পৰা #khabar24x7assam
Kia Sonet facelift इन बदलावों के साथ अगले साल की शुरुआत में होगी लॉन्च, इन बदलावों के साथ मार सकती है एंट्री
Kia Sonet facelift के बाहरी हिस्से में सूक्ष्म लेकिन महत्वपूर्ण डिज़ाइन अपडेट के साथ आने की...