Slug:Golaghat +Bokakhat HIMA DAS.
01.09.22.
#ধিং এস্কপ্ৰেছ খ্যাত হিমা দাসে বোকাখাতত ললে পেৰাৰ সোৱাদ।
# নৱ নিযুক্ত আৰক্ষী জোৱান সকলক উৎসাহ যোগোৱাৰ উদ্দেশে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত সময় কটাই নিজগৃহলৈ ওভতাৰ পথত বোকাখাতত পেৰা খাই মনৰ ভাৱ প্ৰকাশ কৰিলে;
# ৰাজ্যত অচিৰেই গঠন হ'ব উন্নত মানৰ এক ৰাজ্যিক খেলুৱৈৰ দল।
# অসম আৰক্ষীৰ পৰা বছা বছা খেলুৱৈ লৈ গঠন হ'ব এই