৫ বছৰে অসম্পূৰ্ণ ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ দলঙৰ কাম। সম্পূর্ণ নোহোৱাত বিপদসংকুল যাতায়ত শ শ লোকৰ। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনায়ো লাভ নকৰিলে সুফল। ২০১৭ চনতে আৰম্ভ হৈছিল দলংখনৰ নিৰ্মাণকাৰ্য।