আজি ওদালগুৰি জিলা ৰেচম বিভাগৰ কাৰ্যালয়ত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নতুন ভৱন এটাৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কাৰ্যালয়টো পৰিদৰ্শন কৰে।