কামৰূপ জিলাৰ মান্দাকাটা শংকৰ আজান জাতীয় বিদ্যালয়ত আজি এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন ৷ শংকৰ আজান জাতীয় বিদ্যালয়ৰ শিক্ষা সঞ্চালক আব্দুল ৰকিবৰ সঞ্চালনাত দিনৰ ১১ বজাত অনুষ্ঠিত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত মুখ্য বক্তা হিচাবে নিজৰ তত্বগধুৰ বক্তব্য প্ৰদান কৰে DIET দৰঙৰ প্ৰবক্তা ড° ৰিংকু ডেকাই ৷ কাৰ্যসূচীত উপস্থিত থাকে শংকৰ আজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ইছাহক আলী, সঞ্চালক চাহাবুদ্দিন আহমেদ সচিব ৰহিমুদ্দিন আহমেদ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰং জিলাত আজি পুনৰ ৩৩ জনৰ শৰীৰত ধৰা পৰে কভিড 19
আজি দৰঙত আক্ৰান্ত ৩৩ জনমঙ্গলদৈ, ২৫ জুলাই : ৰাজ্যৰ সমান্তৰালকৈ দৰঙটো বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ...
জাগুনত পঞ্চায়তৰ সভাপতিৰ দ্বাৰা পথৰ মেৰামতি ।। Bibidh News
জাগুনত পঞ্চায়তৰ সভাপতিৰ দ্বাৰা পথৰ মেৰামতি ।। Bibidh News
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awaaz