অসমৰ ২৭ খন জিলাৰ লগতে ওদালগুৰি জিলাটো অনুষ্ঠিত হোৱা পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠান। আজিৰ এই সেৱা কেন্দ্ৰটো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। লগতে অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া প্ৰমুখ্যে বিটিআৰৰ কাৰ্যবাহী সদস্য শ্ৰীযুত নিলোঁৎ স্বৰ্গীয়াৰী ডাঙৰীয়া, পাৰিষদ শ্ৰীযুত ভৱেন বড়ো ৰ লগতে ই এম দিগন্ত বৰুৱা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশিষ্ট দেউধা উমেশ দাসৰ মৃত্যু
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত দেহাৰকুছি নিবাসি বিশিষ্ট দেউধা উমেশ দাস(৫৩)ৰ কালি নিশা নিজ...
The ending will shock you 😱 #facts #health #food
The ending will shock you 😱 #facts #health #food
APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ত্ৰিনয়ন চমুৱাক ৰাজহুৱা সম্বৰ্ধনা জামুগুৰি গাঁৱত
*APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ঢকুৱাখনালৈ গৌৰৱ কঢ়িয়াই অনা ত্ৰিনয়ন চমুৱাক ৰাজহুৱা সম্বৰ্ধনা জামুগুৰি...
ગોપાલ ઈટાલીયાએ ફેસબુક પર વિડીયો પોસ્ટ કરતા કહ્યું, મહાભ્રષ્ટ ભાજપની ડબલ એન્જીન સરકાર| Trishul News
ગોપાલ ઈટાલીયાએ ફેસબુક પર વિડીયો પોસ્ટ કરતા કહ્યું, મહાભ્રષ્ટ ભાજપની ડબલ એન્જીન સરકાર| Trishul News
प्रभु श्रीराम के होते हुए पृथ्वी वीरों से खाली नहीं हो सकती, शिव धनुष तोड़ सिया के हुए राम
31वें राष्ट्रीय मेला दशहरा 2024 के तहत श्री रामलीला का मंचन किया जा रहा है। सोमवार की रात...