জৰাজীৰ্ণ অৱস্থাত ভেৰগাঁও আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীৰ আৱাস গৃহ।উল্লেখ্য যে ওদালগুৰি জিলা ভেৰগাঁও মহকুমা সদৰতে লাগি থকা একমাত্ৰ আদৰ্শ চিকিৎসালয়খনৰ স্বাস্থ্য ব্যৱস্থা আৰু চিকিৎসকৰ অভাৱনীয়তাৰ বিষয়ে চৰ্চা হৈ থকা অৱস্থাতে আজি পুনৰ এক দুৰৱস্থাৰ কথা পোহৰলৈ আহিছে।চিকিৎসালয়খনৰ আন্তঃ গাথনিৰ ব্যৱস্থা দেখাত যেনেকুৱা উন্নত যেন লাগিলেও তাৰ সম্পূৰ্ণ বিপৰীত স্বাস্থ্য কৰ্মী সকলে থকা কুৱাৰ্টাৰ বা আৱাস গৃহ সমূহ,ফটা টীনপাতৰ আওপুৰণী পকীঘৰ সমূহত এজাক বৰষুণতে ধাৰাসাৰ পানী সোমাই অহাঁত স্বাস্থ্য কৰ্মী সকল উক্ত ভঙা পজাত থকাৰ অনুপযোগী হৈ পৰে।লগতে কৰ্মচাৰী অনুযায়ী যিমান কোৱাৰ্টাৰ বা আৱাস গৃহ থাকিব লাগিছিল সেয়া পৰ্যাক্ত মুঠেই নহয়,যাৰ বাবে স্বাস্থ্য কৰ্মীসকলে এই স্থানৰ পৰা অইন স্থানলৈ বদলী হৈ যোৱাৰো কথা প্ৰকাশ কৰে।সেয়েহে চৰকাৰ তথা বিভাগক ভেৰগাও আদৰ্শ চিকিৎসালয়ৰ কুৱাৰ্টাৰ আৱাস গৃহ সমূহ পৰ্যবেক্ষণ কৰি শীঘ্ৰেই মেৰমাতি কৰি দি থকাৰ বাবে উপযোগী কৰিবলৈ আহ্বান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
તેલ ભરેલ કન્ટેનરપલટી મારતાં લોકોની તેલ લેવા માટે પડાપડીના દ્રશ્યો સર્જાયા| SatyaNirbhay News Channel
તેલ ભરેલ કન્ટેનરપલટી મારતાં લોકોની તેલ લેવા માટે પડાપડીના દ્રશ્યો સર્જાયા| SatyaNirbhay News Channel
चराई देव जिला कांग्रेस समिति द्वारा जिले के तीन पत्रकारो को सम्मानित किया गया
चराई देव जिला कांग्रेस समिति द्वारा 75 वे स्वतंत्रता दिवस के मद्देनजर जिले के तीन पत्रकारो को...
ಬೆಂಗಳೂರಿನ ಕಂಠೀರವ ಒಳಾಂಗಣ ಕ್ರೀಡಾಂಗಣದಲ್ಲಿ ನಡೆದ "ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ" ಕಾರ್ಯಕ್ರಮವನ್ನು ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಉದ್ಘಾಟಿಸಿದರು.
ಜುಲೈ 3, 2024
ಬೆಂಗಳೂರಿನ ಕಂಠೀರವ ಒಳಾಂಗಣ ಕ್ರೀಡಾಂಗಣದಲ್ಲಿ ಇಂದು "ವಿಶ್ವ ಪರಿಸರ ದಿನಾಚರಣೆ"...
आमदार महेंद्र दळवींच्या प्रयत्नाने खारेपाटात अवतरली विकासगंगा :-राजाभाई केणी*
खारेपाट विभागासाठी 10 कोटी 02 लाख 63 हजारांचा निधी मंजूर; आ. महेंद्रशेठ दळवींची...
Death at 66 of actor-director Satish Kaushik. - Newzdaddy
"Such an abrupt conclusion to a 45-year friendship! Without you, life will never be the same...