জৰাজীৰ্ণ অৱস্থাত ভেৰগাঁও আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীৰ আৱাস গৃহ।উল্লেখ্য যে ওদালগুৰি জিলা ভেৰগাঁও মহকুমা সদৰতে লাগি থকা একমাত্ৰ আদৰ্শ চিকিৎসালয়খনৰ স্বাস্থ্য ব্যৱস্থা আৰু চিকিৎসকৰ অভাৱনীয়তাৰ বিষয়ে চৰ্চা হৈ থকা অৱস্থাতে আজি পুনৰ এক দুৰৱস্থাৰ কথা পোহৰলৈ আহিছে।চিকিৎসালয়খনৰ আন্তঃ গাথনিৰ ব্যৱস্থা দেখাত যেনেকুৱা উন্নত যেন লাগিলেও তাৰ সম্পূৰ্ণ বিপৰীত স্বাস্থ্য কৰ্মী সকলে থকা কুৱাৰ্টাৰ বা আৱাস গৃহ সমূহ,ফটা টীনপাতৰ আওপুৰণী পকীঘৰ সমূহত এজাক বৰষুণতে ধাৰাসাৰ পানী সোমাই অহাঁত স্বাস্থ্য কৰ্মী সকল উক্ত ভঙা পজাত থকাৰ অনুপযোগী হৈ পৰে।লগতে কৰ্মচাৰী অনুযায়ী যিমান কোৱাৰ্টাৰ বা আৱাস গৃহ থাকিব লাগিছিল সেয়া পৰ্যাক্ত মুঠেই নহয়,যাৰ বাবে স্বাস্থ্য কৰ্মীসকলে এই স্থানৰ পৰা অইন স্থানলৈ বদলী হৈ যোৱাৰো কথা প্ৰকাশ কৰে।সেয়েহে চৰকাৰ তথা বিভাগক ভেৰগাও আদৰ্শ চিকিৎসালয়ৰ কুৱাৰ্টাৰ আৱাস গৃহ সমূহ পৰ্যবেক্ষণ কৰি শীঘ্ৰেই মেৰমাতি কৰি দি থকাৰ বাবে উপযোগী কৰিবলৈ আহ্বান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चतुर्थ जिला स्तरीय योग ओलंपियाड में विविध योग क्रियाओं से दिया स्वस्थ रहने का संदेश
चतुर्थ जिला स्तरीय योग ओलंपियाड में विविध योग क्रियाओं से दिया स्वस्थ रहने का संदेश
जिला स्तरीय...
MCN NEWS| कला महाविद्यालय बिड़किन मध्ये 'संविधान दिन' उतसाहात साजरा
MCN NEWS| कला महाविद्यालय बिड़किन मध्ये 'संविधान दिन' उतसाहात साजरा
গোৰেশ্বৰৰ কলবাৰীত কৰিস্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন #news24update #news #views #news #views #virels
গোৰেশ্বৰৰ কলবাৰীত কৰিস্মা নাথৰ নাগাৰা নাম প্ৰদৰ্শন #news24update #news #views #news #views #virels
ડીસા પંથકમાં તડબૂચનું વિપુલ પ્રમાણમાં વાવેતર
ડીસા સમગ્ર બનાસકાંઠા જિલ્લામાં ખેડૂતો શિયાળુ સિઝનમાં બટાકાનું વાવેતર કરતા હોય છે અને બટાકાનો પાક...