ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ
সৰুপথাৰ মহাবিদ্যালয়ৰ নব নিযুক্ত অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰক আজি সৰুপথাৰ মহাবিদ্যালয়ত ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্যযোগ্য যে ড° প্ৰাপ্তি ঠাকুৰ সৰুপথাৰ মহাবিদ্যালয়ৰ সপ্তম গৰাকী তথা তৃতীয় গৰাকী স্থায়ী অধ্যক্ষ লগতে প্ৰথম মহিলা অধ্যক্ষ। আজি সৰুপথাৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা বিশেষ সৰ্ম্বধনা অনুষ্ঠানত ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মামুদ আলি, সম্পাদক অৱনী শৰ্মাৰ লগতে জ্যেষ্ঠ সাংবাদিক তথা সদস্য সকল উপস্থিত আছিল। উল্লেখ্য যে ড° প্ৰাপ্তি ঠাকুৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকনৰ সহধৰ্মিণী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરસાગર ડેરી વઢવાણ દ્વારા "ગ્રાહક મરણોતર સહાય યોજના" અંતર્ગત દૂધ મંડળીઓના મૃતક પશુપાલકના ૧૭ વારસદારોને રૂા.૮.૭૫ લાખના ચેકોનું વિતરણ કરતા સુરસાગર ડેરીના ચેરમેન
સુરેન્દ્રનગર જિલ્લા સહકારી દૂધ ઉત્પાદક સંઘ લી., ' સુરસાગર ડેરી' વઢવાણ દ્વારા સંચાલિત 'ગ્રાહક...
Asian Para Games 2023: पैरा एशियन गेम्स में शीतल ने रचा इतिहास, भारत के पदकों की संख्या 111 हुई।
Asian Para Games 2023: पैरा एशियन गेम्स में शीतल ने रचा इतिहास, भारत के पदकों की संख्या 111 हुई।
તમે જે બોલીને ગયા છો તે અમને આપી દો બીજું અમારે કંઈ જોતું નથી એવા આકરા પ્રહારો કર્યા
તમે જે બોલીને ગયા છો તે અમને આપી દો બીજું અમારે કંઈ જોતું નથી એવા આકરા પ્રહારો કર્યા
Nayab Singh Saini New CM Haryana: विधायक दल की बैठक बीच में छोड़कर बाहर निकले Anil Vij | Haryana
Nayab Singh Saini New CM Haryana: विधायक दल की बैठक बीच में छोड़कर बाहर निकले Anil Vij | Haryana
पोहरादेवी जैवउद्यान प्रकल्पाचा आराखडा 10 दिवसात तयार करा*
वन मंत्री सुधीर मुनगंटीवार यांचे निर्देश*
वाशिम जिल्हयात पोहरादेवी येथे जैवउद्यान पार्क उभारण्यात येणार असून यासाठीचा प्रकल्प आराखडा येत्या...