মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে অভিযান । আজি মৰাণ চাহ বাগিচাত কতৃপক্ষ এজাহাৰ ভিত্তিত মৰাণ আৰক্ষীৰ আটক কৰিলে এজন গাঞ্জা ব্যৱসায় । আৰক্ষীৰে আটক কৰা ব্যক্তি জন বকতা নেমুগুৰী বিমল দাস বুলি জানিব পৰা গৈছে । ব্যক্তিৰ জনৰ পৰা 136 গ্ৰাম গাঞ্জ জব্দ কৰিছে আৰক্ষীয়ে। বহুৰ দিনৰ পৰা আটকাধীন বিমল দাসে মৰাণ চাহ বাগিচা অঞ্চলত গাঞ্জৰ ব্যৱসায় চলাই আহিছিল । Case no. 88 us 20(a)ndps act 4 of assam bhang & ganza act কেচ ৰুজু কৰি মৰাণ আৰক্ষীৰে তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jan. 6 committee to detail Donald Trump's actions as supporters stormed Capitol l GMA
News has learned that the committee obtained outtakes from remarks the former president...
पोलिसांच्या हातावर तुरी देवून पळालेला चोरटा अजूनही सापडेना
रत्नागिरी : रेल्वे पोलिसांच्या हातावर तूरी देवून पसार झालेल्या चोरट्याला पकडण्यात अद्यापही यश...
કુતિયાણા શહેર અને ગ્રામ્ય પંથકમાં વહેલી સવારથી વરસાદ શરૂ, વાતાવરણમાં પ્રસરી ઠંડક
કુતિયાણા શહેર અને ગ્રામ્ય પંથકમાં વહેલી સવારથી વરસાદ શરૂ, વાતાવરણમાં પ્રસરી ઠંડક