মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো চলিছে ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে অভিযান । আজি মৰাণ চাহ বাগিচাত কতৃপক্ষ এজাহাৰ ভিত্তিত মৰাণ আৰক্ষীৰ আটক কৰিলে এজন গাঞ্জা ব্যৱসায় । আৰক্ষীৰে আটক কৰা ব্যক্তি জন বকতা নেমুগুৰী বিমল দাস বুলি জানিব পৰা গৈছে । ব্যক্তিৰ জনৰ পৰা 136 গ্ৰাম গাঞ্জ জব্দ কৰিছে আৰক্ষীয়ে। বহুৰ দিনৰ পৰা আটকাধীন বিমল দাসে মৰাণ চাহ বাগিচা অঞ্চলত গাঞ্জৰ ব্যৱসায় চলাই আহিছিল । Case no. 88 us 20(a)ndps act 4 of assam bhang & ganza act কেচ ৰুজু কৰি মৰাণ আৰক্ষীৰে তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરાના તરસાલી આવાસમાં બાંધી દેવાયેલા ઢોરવાડા તોડી પડાયા ; દુકાનોના શેડ પણ હઠાવાયા
વડોદરા મ્યુનિસિપલ કોર્પોરેશન દ્વારા ગરીબોના આવાસમાં કેટલાક ગૌપાલકોને મકાનોની ફાળવણી કરવામાં આવ્યા...
অসম আৰক্ষী দিৱস উপলক্ষে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত মৰাণহাট আৰক্ষী থানাত এক বিশেষ কাৰ্যসূচী
অসম আৰক্ষী দিৱস উপলক্ষে মৰাণ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত মৰাণহাট আৰক্ষী থানাত এক বিশেষ...
IIT Bombay के साथ Bharat GPT पर काम कर रहा है जियो, यहां जानें पूरी डिटेल
जियो और टेक्नोलॉजी का एक गहन रिस्ता है क्योंकि कंपनी हमेशा इसके साथ काम करने के लिए प्रायासरत...
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय
Lok Sabha Election 2024: Akhilesh Yadav के बाद अब Rahul Gandhi का UP से चुनाव लड़ना तय