সাংসদ তপন গগৈৰ চেক বিতৰণ

যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি বৰহাট ভেচেলীপথাৰস্থিত বাসগৃহত "মুখ্যমন্ত্ৰী সাহায্য পুঁজি" ৰ পৰা চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ জটিল ৰোগত আক্ৰান্ত লোকসকলৰ বাবে আগবঢ়োৱা পুঁজিৰ চেক্ বিতৰণ কৰে।