অসম কৃষি-বাণিজ্য আৰু গ্রাম্য ৰূপান্তকৰণ প্রকল্প চমুকৈ এপার্টৰ অন্তৰ্গত হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডৰ বয়ন শিল্পীসকলৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে ৩০ দিনীয়া কৰ্মদিন সামৰি আয়োজন কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীৰ ২৯ জুলাই, শুকুৰবাৰে সামৰণি পৰে।এই প্ৰশিক্ষণ অনুষ্ঠানখন চৰাইদেউ জিলাৰ লাকুৱাত অৱস্থিত সামুহিক সুবিধা কেন্দ্রত অনুষ্ঠিত কৰা হৈছিল। চৰাইদেউ জিলাৰ হস্ততাঁত আৰু বস্ত্রশিল্প অধীক্ষকৰ কার্যালয় আৰু চৰাইদেউ চিল্ক এণ্ড এগ্রো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ জৰিয়তে হস্ততাঁত - বস্ত্রশিল্প সঞ্চালকালয়ৰ প্ৰকল্প পৰিচালনা আৰু ৰূপায়ন কেন্দ্রই আয়োজন কৰা এই প্রশিক্ষণ কাৰ্য্যসূচীত মুঠ ২০ গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে সফলতাৰে এই প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পন্ন কৰে । প্রশিক্ষণত ভাগ লোৱা প্ৰতিগৰাকী শিপিনীক সঞ্চালকালয়ৰ তৰফৰ পৰা একোখনকৈ মানপত্র প্রদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મા.વડાપ્રધાન નરેન્દ્રમોદી ની થરાદ ની જન સભામાં લોકોના જીવ જોખમમાં મૂકતો આ વ્યક્તિ શું કરી રહ્યો છે.
મા.વડાપ્રધાન નરેન્દ્રમોદી ની થરાદ ની જન સભામાં લોકોના જીવ જોખમમાં મૂકતો આ વ્યક્તિ શું કરી રહ્યો...
ઢોરવાડાઓ નો તંત્ર દ્વારા સપાટો બોલાવવામાં આવ્યો
ઢોરવાડાઓ નો તંત્ર દ્વારા સપાટો બોલાવવામાં આવ્યો
কোনো দল সংগঠন নহয় নুমলীগড়ত এইবাৰ বন্যহস্তীয়ে আৱদ্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ।
কোনো দল সংগঠন নহয় নুমলীগড়ত এইবাৰ বন্যহস্তীয়ে আৱদ্ধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ।
নুমলীগড়ৰ ৩৯ নং...
સુરત જિલ્લાના ઓલપાડ તાલુકાના પીંજરત ખાતે ૬૬ કે.વી. સબ સ્ટેશનનું ભૂમિપૂજન
સુરત જિલ્લાના ઓલપાડ તાલુકાના પીંજરત ખાતે ૬૬ કે.વી. સબ સ્ટેશનનું ભૂમિપૂજન
ગુજરાત એનર્જી...
રાજ્યકક્ષાના સંચારમંત્રીના અધ્યક્ષ સ્થાને ખેડા ખાતે જિલ્લા કક્ષાનો ૭૩મો વન મહોત્સવ યોજાયો
વૃક્ષારોપણ, સામજિક વનીકરણ વિભાગ, નડીઆદ દ્વારા આયોજિત, કેન્દ્રીય સંચારમંત્રી દેવુસિંહ ચૌહાણના...