# ৰাজ্যত সংঘটিত ভুৱা এনকাউণ্টাৰৰ প্ৰসংগ

# উচ্চ ন্যায়ালয়ত যুক্তি দৰ্শালে প্ৰখ্যাত আইনজীৱি প্ৰশান্ত ভূষণে

# ৰাজ্য চৰকাৰক এনকাউণ্টাৰৰ ঘটনাৰ বিতং শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ

# এনকাউণ্টাৰ ঘটনাৰ স্বতন্ত্ৰ তদন্ত নিদিয়াত আপত্তি প্ৰশান্ত ভূষণৰ

# এনকাউণ্টাৰ ঘটনাত দাখিল কৰা FIR ৰ তদন্ত নোহোৱাত আপত্তি ভূষণৰ

# ৰাজ্যত এইপৰ্যন্ত ৬৪ জন লোকৰ এনকাউণ্টাৰত মৃত্যু

# কিয় স্বতন্ত্ৰ তদন্ত কৰা নাই, মহাধিবক্তাক প্ৰশ্ন ন্যায়ালয়ৰ

# ২৯ ছেপ্তেম্বৰৰ ভিতৰত বিতং শপতনামা দাখিলৰ নিৰ্দেশ