কনমানি শিল্পী সুললিতা শইকীয়াৰ হিন্দী গীতৰ এলবাম উন্মোচন। ডিব্ৰুগড় হোটেল গাৰ্ডেন ট্ৰীট অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত 'জিন্দেগী' শীৰ্ষক এলবামটি উন্মোচন কৰে বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই। বৈশ্যমপায়ান ভৌমিকে প্ৰযোজনা কৰা তথা সুৰ আৰু কথাৰে প্ৰস্তুত কৰা এলবামটিত কন্ঠশিল্পী সুললিতা শইকীয়াই নিজেই অভিনয় কৰাৰ বিপৰীতে সহশিল্পী হিচাপে অভিনয় কৰিছে তনুশ্ৰী বৰা, অংগনা পাঠকে। চিডনী বৰুৱাই পৰিচালনা কৰা এলবামৰ চিনেমাট'গ্ৰাফী আৰু সম্পাদনা কৰিছে সন্তোষ চাংমাইয়ে। উল্লেখযোগ্য যে, দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুললিতা শইকীয়া ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰস্থিত বিশিষ্ট ব্যৱসায়ী সাহিত্যকী শইকীয়া আৰু পংখী শইকীয়াৰ সুযোগ্য সন্তান। বুধবাৰে সন্ধিয়াৰ অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত বিশিষ্ট শিল্পী ছৈয়দ ছাদুল্লা, ভৱেশ গোস্বামী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खारुपेटिया में तीव्र वेगी वेगनर कार ने एक पुलिस जवान सहित पांच को कुचला - कार जब्द चालक हिरासत में
खारुपेटिया में तीव्र वेगी वेगनर कार ने एक पुलिस जवान सहित पांच को कुचला - कार जब्द चालक हिरासत में
73 માં વન મહોત્સવ ની ઉજવણી સીંગવડ માં તાલુકા કક્ષા એ કરવામાં આવિ
73 માં વન મહોત્સવ ની ઉજવણી સીંગવડ માં તાલુકા કક્ષા એ કરવામાં આવિ
মুক্তিযুঁজাৰুক সম্বৰ্ধনা চৰাইদেউ জিলা প্ৰশাসনৰ
ভাৰত ত্যাগ আন্দোলনৰ ৮০ সংখ্যক বাৰ্ষিকীৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা প্ৰশাসনৰ সম্বৰ্ধনা অনুষ্ঠান...
Champai Soren: आज BJP में शामिल होंगे Champai Soren, Shivraj और हिमंता दिलाएंगे पार्टी की सदस्यता
Champai Soren: आज BJP में शामिल होंगे Champai Soren, Shivraj और हिमंता दिलाएंगे पार्टी की सदस्यता
ચિત્રા યાર્ડના ગેટ સાથે ધડાકાભેર ટ્રક ઝડપાયો.
ચિત્રા યાર્ડના ગેટ સાથે ધડાકાભેર ટ્રક ઝડપાયો.