কনমানি শিল্পী সুললিতা শইকীয়াৰ হিন্দী গীতৰ এলবাম উন্মোচন। ডিব্ৰুগড় হোটেল গাৰ্ডেন ট্ৰীট অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত 'জিন্দেগী' শীৰ্ষক এলবামটি উন্মোচন কৰে বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক ড০ অনিল শইকীয়াই। বৈশ্যমপায়ান ভৌমিকে প্ৰযোজনা কৰা তথা সুৰ আৰু কথাৰে প্ৰস্তুত কৰা এলবামটিত কন্ঠশিল্পী সুললিতা শইকীয়াই নিজেই অভিনয় কৰাৰ বিপৰীতে সহশিল্পী হিচাপে অভিনয় কৰিছে তনুশ্ৰী বৰা, অংগনা পাঠকে। চিডনী বৰুৱাই পৰিচালনা কৰা এলবামৰ চিনেমাট'গ্ৰাফী আৰু সম্পাদনা কৰিছে সন্তোষ চাংমাইয়ে। উল্লেখযোগ্য যে, দিল্লী পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুললিতা শইকীয়া ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰস্থিত বিশিষ্ট ব্যৱসায়ী সাহিত্যকী শইকীয়া আৰু পংখী শইকীয়াৰ সুযোগ্য সন্তান। বুধবাৰে সন্ধিয়াৰ অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত বিশিষ্ট শিল্পী ছৈয়দ ছাদুল্লা, ভৱেশ গোস্বামী, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चिकित्सक संघ के प्रदेश महासचिव की माता के निधन पर डॉक्टरों ने श्रद्धांजलि अर्पित की
कोटा. समाज सेवी व अखिल राजस्थान सेवारत चिकित्सक संघ के प्रदेश महासचिव डॉ दुर्गा शंकर सैनी की माता...
ધાનેરા પોલીસ સ્ટેશનમાં લોક દરબાર કાર્યક્રમ યોજાયો.
ધાનેરા પોલીસ સ્ટેશનમાં થરાદ ડી વાયા એસ પી.વારોતરીયાની અધ્યક્ષતામાં લોક દરબારનું આયોજન કરવામાં...
AAJTAK 2 | ATISHI का आरोप, गर्मी में बिना कूलर के काल कोठरी में DELHI CM ! | AT2
AAJTAK 2 | ATISHI का आरोप, गर्मी में बिना कूलर के काल कोठरी में DELHI CM ! | AT2
બોગસ ડોકટરને ઝડપી પડતી એસ.ઓ.જી. સુરેન્દ્રનગર
પોલીસ અધિક્ષક ડો.ગીરીશ પંડયાએ જિલ્લામાં બોગસ ડોકટર પકડી પાડવા અને અસરકારક કાર્યવાહી કરવા સુચના...