লক্ষীমপুৰত যুব কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ BJP ৰ বিৰুদ্ধে। জিলা খনৰ নাওবৈচাৰ দ'লহাট তিনিআলিত শুক্ৰবাৰে বিয়লি প্ৰতিবাদ সাব্যস্ত কৰে যুব কংগ্ৰেছৰ কৰ্মী সকলে। শেহতীয়াকৈ সংসদৰ মজিয়াত কংগ্ৰেছ নেত্ৰী চোনীয়া গান্ধীক BJP নেত্ৰী স্মৃতি ইৰানীয়ে কৰা দুব্যবহাৰৰ বিৰোধীতাৰে এই প্ৰতিবাদ কংগ্ৰেছৰ। দাহ কৰিলে স্মৃতি ইৰানীৰ পুত্তলিকাও।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टोंक की महिला का जयपुर कमरे में पड़ा मिला शव, गला दबाकर की हत्या
जयपुर। राजधानी के जयसिंहपुरा खोर थाना इलाके में गला दबाकर महिला की हत्या करने का मामला सामने आया...
Drugs & Magic Remedies Act क्या है जिसकी वजह से Patanjali को फटकार लगी|Aasan Bhasha Mein
Drugs & Magic Remedies Act क्या है जिसकी वजह से Patanjali को फटकार लगी|Aasan Bhasha Mein
সমগ্ৰ দেশৰ লগতে অসমৰ বঙাইগাঁও জিলাতো প্ৰধানমন্ত্ৰীৰ জন্ম দিন পালন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ ভাৰততে আজি শুভাৰম্ভ কৰা হৈছে...
ઈડરના સ્વામિનારાયણ મંદિર ખાતે હર્ષો ઉલ્લાસથી કૃષ્ણ જન્માષ્ટમી ની ઉજવણી કરવામાં આવી
સાબરકાંઠાના ઇડરમાં આવેલ પૌરાણિક સ્વામિનારાયણ મંદિરમાં જન્માષ્ટમી ની ઉલ્લાસભેર ઉજવણી કરવામાં આવી...
#Diu | "એજ્યુકેશન ઇનોવેશન ફેર" વિદ્યાર્થીઓ માટે ખુલ્લુ મુકાયુ | Divyang News
#Diu | "એજ્યુકેશન ઇનોવેશન ફેર" વિદ્યાર્થીઓ માટે ખુલ્લુ મુકાયુ | Divyang News