দেওমৰনৈৰ পাৰ্শ্বৱৰ্তী বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা আৰু অভিভাৱক সন্মিলনখনি সম্পন্ন হৈ যায় ৷ বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কামাল উদ্দিন আহমেদে আঁতধৰা সভাখন সঞ্চালনা কৰে দেওমৰনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশীয়ে। সভাত বিশিষ্ট অধিবক্তা ধ্ৰুৱজ্যোতি শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষক,শিক্ষাৰ্থী,অভিভাৱক আৰু সাম্প্ৰতিক সময়ৰ ওপৰত মনোজ্ঞ আলোচনা আগবঢ়ায় ৷ মঙ্গলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মুকুট শৰ্মা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ জিংকুমণি নাথক অভিনন্দন জ্ঞাপন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Azam Khan को एक और बड़ा झटका, जौहर ट्रस्ट की जमीन वापस लेगी UP Government | CM Yogi | Aaj Tak News
Azam Khan को एक और बड़ा झटका, जौहर ट्रस्ट की जमीन वापस लेगी UP Government | CM Yogi | Aaj Tak News
ડીસા તાલુકા પંચાયતમાં છેલ્લી સામાન્ય સભા યોજાઈ પંચાયતના પ્રમુખ મીડિયાના પ્રશ્નોના જવાબ ના આપી શક્યા
ડીસા તાલુકા પંચાયતમાં છેલ્લી સામાન્ય સભા યોજાઈ પંચાયતના પ્રમુખ મીડિયાના પ્રશ્નોના જવાબ ના આપી શક્યા
महाराष्ट्र राज्य लॉटरीच्या तिकिटांवर चक्क पट्टी पानाचे छायाचित्र ग्राहक पडले संभ्रमात
अकोला दिनांक 22 सप्टेंबर
महाराष्ट्र राज्य लॉटरीच्या तिकिटांवर चक्कपट्टी पानाचे छायाचित्र छापून...
No Confidence Motion मंजूर होते ही Lok Sabha में Chak De INDIA के नारे। Parliament Session। Congress
No Confidence Motion मंजूर होते ही Lok Sabha में Chak De INDIA के नारे। Parliament Session। Congress