বিদ্যালয় একত্ৰিকৰণত বিসংগতি ৰ অভিযোগ ৷ মাত্ৰ ৬ জন ছাত্ৰছাত্ৰী থকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ লগত ২৪ জন ছাত্ৰছাত্ৰী থকা বৰভূঞা প্ৰাথমিক বিদ্যালয় চামিল নকৰিবলৈ শিক্ষা মন্ত্ৰীক আহ্বান স্থানীয় ৰাইজৰ ৷ ইফালে চেপন শিক্ষা খণ্ডৰ শিক্ষাবিষয়াজনে আদৰ্শ বিদ্যালয় কৰ্তৃপক্ষৰ লগত গোপন বুজাবুজি কৰি বিদ্যালয় চামিলকৰণ কৰিছে বুলি বৰভূঞা গাৱঁৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ অন্যহাতেদি চেপন খণ্ড শিক্ষা বিষয়াজনক বৰভূঞা গাৱঁৰ ৰাইজে পুনৰ দুয়োখন বিদ্যালয় চৰজমিন্ তদন্ত কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছে যদিও ৰহস্যজনক কাৰণত তেওঁ সেয়া কৰা নাই বুলি অভিযোগ কৰিছে ৰাইজে । সেয়েহে গাৱঁৰ ৰাইজে সমগ্ৰ বিষয়টোত শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ আহ্বান কৰাৰ লগতে চেপন শিক্ষা খণ্ডৰ শিক্ষা বিষয়াজনৰ বিৰুদ্ধেও বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લાના પ્રભારી મંત્રીશ્રી બલવંતસિંહ રાજપુતના અધ્યક્ષસ્થાને જિલ્લાના મહત્વપૂર્ણ પ્રશ્નો અંગે અધિકારીઓની બેઠક..
પાલનપુર ખાતે જિલ્લાના પ્રભારી મંત્રીશ્રી બલવંતસિંહ રાજપુતના અધ્યક્ષસ્થાને જિલ્લાના મહત્વપૂર્ણ...
CM Arvind Kejriwal पर बरसे Sambit Patra, कहा- शराब घोटाले के किंगपिंग, ED के समन से भाग रहे
CM Arvind Kejriwal पर बरसे Sambit Patra, कहा- शराब घोटाले के किंगपिंग, ED के समन से भाग रहे
नागरिक सहकारी बैंक के चेयरमैन श्रीमान राजेश कृष्ण बिरला ने किया नक्षत्र एक्जीबिशन के पोस्टर का विमोचन
देश भर के विशिष्ट उत्पादों से माहेश्वरी भवन कोटा में सजेगा 16-17 अक्टूबर को नक्षत्र एक्जीबिशन...
कांग्रेस विधायक अभिमन्यू पूनिया ने गहलोत पर उठाए सवाल, बोले- 'पेपर लीक में सख्त कार्रवाई नहीं...'
देश में नीट पेपर लीक को लेकर कई जगहों पर प्रदर्शन हो रहे हैं. कांग्रेस भी लगातार सरकार को इस...
પંચમહાલ જિલ્લાના પાટનગર ગોધરા સ્થિત GMERS મેડિકલ કોલેજ ખાતે દેહદાન સ્વીકારવાનો પ્રારંભ કરાયો.
પંચમહાલ,ગોધરા સ્થિત GMERS મેડીકલ કોલેજ ખાતે હાલમાં ૧૦૦ વિદ્યાર્થીઓ...