সমগ্ৰ ৰাজ্যৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্তত গণেশ পূজাক লৈ ব্যাপক উচাহ । খুমটাইৰ শাওঁতলীত তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰিছে গণেশ পূজা। নিশাৰ ভাগতো শাওঁতলীৰ পূজাস্থলীত ভক্ত প্ৰাণ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে । হাতে হাতে ধূপ-চাকি, নৈবেদ্য লৈ ভক্তৰ সিদ্ধিবিনায়কক পূজা-অৰ্চনা । দেশৰ পৰা অপায় অমঙ্গল দুৰ হোৱাৰ কামনা কৰিছে । আৰতী- নাম কীৰ্তনেৰে সিদ্ধিবিনায়কক পূজা অৰ্চনা ভক্তপ্ৰাণ ৰাইজৰ ৷ পূজাৰীৰ মন্ত্ৰৰ লগে লগে সকলোৱে পুষ্পাঞ্জলি যাছিছে গণেশৰ শ্ৰীচৰনত । নাগাৰা,ঢাকৰ শব্দত মুখৰিত হৈছে চৌদিশ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চলিত বৰ্ষৰ ১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব টি-২০ মেচ
অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ। গুৱাহাটী অনুষ্ঠিত হ’ব টি-২০ মেচ। বৰ্ষাপাৰাত...
মঙ্গলদৈত এগৰাকী মহিলা কইদি অৱতীৰ্ণ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত
মঙ্গলদৈত এগৰাকী মহিলা জেইল হাজোটি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ।
যুৱতী গৰাকী দুদিন...