ধেমাজিত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি দুমহলীয়া ঘৰ থকা পৰিয়াললৈ চৰকাৰী আৱাসগৃহ! বিষ্ণুপুৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত ব্যাপক দুৰ্নীতিৰ ।ধেমাজিত দৰিদ্ৰ পৰিয়ালক বঞ্চিত কৰি দুমহলীয়া ঘৰ থকা তথা আট্ৰালিকা সদৃশ ঘৰৰ পৰিয়ালে লাভ কৰিছে PMAY আৱাসগৃহ । দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দুখীয়া পৰিয়ালৰ বিপৰীতে চৰকাৰী ঘৰ লাভ কৰিছে ধনী পৰিয়ালে। ধেমাজি উন্নয়ন খণ্ডৰ কাৰ্য্যালয় অন্তৰ্গত বিষ্ণুপুৰ গাওঁ পঞ্চায়তৰ নাথ গাওঁ আৰু কৌবত্ত গাঁৱত সংঘটিত হৈছে এই অনিয়ম। কেৱল দুমহলীয়া ঘৰ থকা পৰিয়ালেই নহয় চৰকাৰী চাকৰি থকা পৰিয়ালৰ মূৰব্বীয়েও লাভ কৰিছে PMAY গৃহ। যি সময়ত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ PMAY গৃহৰ দিয়া ক্ষেত্ৰত নিকা আৰু দূৰ্নীতিমুক্ত ভাবে দিয়াৰ কথা কয় , তাৰ বিপৰীতে পঞ্চায়তৰ জন প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰী সৈতে মিলিত হৈ সংঘটিত কৰিছে এই দূৰ্নীতি। আচলতে কোন পাইছে PMAY গৃহ সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। ধেমাজি বিষ্ণুপুৰ গাওঁ পঞ্চায়তত সংঘটিত হোৱা দূৰ্নীতি/অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি পংকজ বৰগোহাঁই নামৰ যুৱক জনে পঞ্চায়তৰ সভাপতি ৰোহিনী বৰুৱা আৰু সচিবৰ বিৰুদ্ধে ধেমাজি আৰক্ষীৰ অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল। আনহাতে জিলা খনৰ চিচিবৰগাওঁ উন্ন খণ্ড অধিনত ৬০ টা গৃহৰ অনিয়মৰ তথ্য পোহৰলৈ আহিছে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विनायक मेटेंचा पाठलाग करणारी कार आणि कार मालक रांजणगाव पोलिसांच्या ताब्यात; चौकशी सुरु
शिवसंग्रामचे कार्यकर्ते यांनी विनायक मेटेंच्या गाडीचा दोन किलोमीटरपर्यंत पाठलाग झाल्याचा दावा...
मोटरसाइकिल भैस से टकराईं बाइक सवार घायल एमबीएस में भर्ती
कोटा मवासा मार्ग पर तेज रफ्तार मोटरसाइकिल भैस से टकराईं बाइक सवार घायल एमबीएस में भर्ती
कोटा...
ভূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতা-অনুসূচীত জাতিৰ জনগাঠনি ধ্বংসৰ পৰিকল্পনা
ভূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতা-অনুসূচীত জাতিৰ জনগাঠনি ধ্বংসৰ...
যমুনামুখত জাপানীজ এনকেফেলাটিছ আত্ৰান্ত এগৰাকী
## হোজাইৰ যমুনামুখত জাপানীজ এনকেফেলাটিছ আত্ৰান্ত এগৰাকী মহিলা ৷ ## যমুনামুখৰ কাটকটীয়া ভকতগাৱত...
ડીસાના મહાદેવીયા ઢાણીમાં ગાડી સાઇડમાં લેવા બાબતે મારામારી સર્જાઇ
ડીસા તાલુકાના મહાદેવીયા ઢાણી ગામે ગાડી સાઈડમાં લેવા બાબતે બોલાચાલી થતાં મારામારી થઇ હતી. જે બાબતે...