সাংসদ আব্দুল খালেকে ভাৰতৰ বুৰঞ্জী নেজানে৷তেওঁ মোগলৰ বুৰঞ্জী পঢ়িছে৷মোগলৰ বহু আগৰে পৰা ভাৰতৰ বুৰঞ্জী আছে৷পাচ হেজাৰ বছৰেকীয়া এটি সনাতনি সংস্কৃতি৷খালেকে প্ৰলাপ বকিছে৷এই মন্তব্য মংগলদৈ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ৷উল্লেখ্য যে বুধবাৰে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হোৱা শুক্লেশ্বৰ মেধি স্মাৰক বক্তৃতা অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে প্ৰাক্তন সাংসদ গৰাকীয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असम का भविष्य सुरक्षित नहीं, कई जिलों में हम अल्पसंख्यक', सीएम सरमा ने जताई चिंता
असम के मुख्यमंत्री हिमंत बिस्वा सरमा ने कहा कि राज्य का भविष्य सुरक्षित नहीं है, क्योंकि हिंदुओं...
पाचोड येथून कामासाठी आलेल्या परराज्यातील युवकांचे अपहरण.
पाचोड येथून कामासाठी आलेल्या परराज्यातील युवकांचे अपहरण.
पाचोड/ पैठण तालुक्यातिल पाचोड येथील...
DR Agarwals Eye Hospital Donation and its Challengers & Awareness Walkathon
DR Agarwals Eye Hospital Donation and its Challengers & Awareness Walkathon
સિહોર શહેરમાં મુકેશ લંગાળીયા સામે ફરીયાદ નોંધાય
જિલ્લા ભાજપ પ્રમુખ સામે ભાજપ પૂર્વ મહિલા પ્રમુખની પોલીસમાં ફરિયાદ પાટીલ બાદ મોદીના આગમન...
দক্ষিণ শালমাৰা মানকাচৰৰ জিলাৰ কুকুৰমাৰা গাঁও পঞ্চায়তৰ দাস পাৰা গাঁওত শোকাময় পৰিস্হিতি।
দক্ষিণ শালমাৰা মানকাচৰৰ জিলাৰ কুকুৰমাৰা গাঁও পঞ্চায়তৰ দাস পাৰা গাঁওৰ বাসিন্দা শুকুমাৰ দাস নামৰ...