বিলাসীপাৰাৰ বেলতলীত হত্যাকাণ্ডৰ লগত জড়িত মুল অভিযুক্তক গ্ৰেপ্তাৰ বিলাসীপাৰা আৰক্ষীৰ। উল্লেখযোগ্য যোৱা ২১ আগষ্টত ভূমি বিবাদক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলীত সংঘটিত হৈছিল দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। উক্ত ঘটনাত চাইফুদ্দিন সেখ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। বিলাসীপাৰা আৰক্ষীৰ তৎপৰতাত বেলতলী হত্যাকাণ্ডৰ লগত জড়িত মংঙলবাৰে ৭ জনকৈ আচামীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আজি বিলাসীপাৰা বেলতলী হত্যাকাণ্ডৰ মূল অভিযুক্ত সাহজাহান আলী সহ নাৰুমুদ্দিন ওৰফে কালু নামৰ আন এজন আচামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Video shot📲by Rawatbhata dam🏞🏝🏞
Video shot📲by Rawatbhata dam🏞🏝🏞
Ap bhi aaye rawatbhata jila chittorgarh rajsthan
Kuwait Fire Incident: 45 शवों को लेकर India आ रहा IAF Aircraft | Relief Announced | Kochi
Kuwait Fire Incident: 45 शवों को लेकर India आ रहा IAF Aircraft | Relief Announced | Kochi
જાયન્ટ્સ ગ્રુપ ઓફ બોટાદ -સાહેલી દ્વારા ઝૂંપડપટ્ટી વિસ્તારમાં માં ૨૦ કુટુંબો ને ગોળ , ચોખા ,મગ દાળ ,લોટ નું વિતરણ કરાયું
આંતરરાષ્ટ્રીય સેવા સંસ્થા જાયન્ટ્સ વેલ્ફેર ફાઉન્ડેશન સલગ્ન સેવા સંસ્થા જાયન્ટ્સ ગ્રુપ ઓફ બોટાદ -...
ઘોઘામાં સરકારના નીતિનિયમોને નેવે મૂકીને ધમધમી રહી છે ઈંટોની ભઠ્ઠીઓ
ઘોઘામાં સરકારના નીતિનિયમોને નેવે મૂકીને ધમધમી રહી છે ઈંટોની ભઠ્ઠીઓ