বিলাসীপাৰাৰ বেলতলীত হত্যাকাণ্ডৰ লগত জড়িত মুল অভিযুক্তক গ্ৰেপ্তাৰ বিলাসীপাৰা আৰক্ষীৰ। উল্লেখযোগ্য যোৱা ২১ আগষ্টত ভূমি বিবাদক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলীত সংঘটিত হৈছিল দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। উক্ত ঘটনাত চাইফুদ্দিন সেখ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। বিলাসীপাৰা আৰক্ষীৰ তৎপৰতাত বেলতলী হত্যাকাণ্ডৰ লগত জড়িত মংঙলবাৰে ৭ জনকৈ আচামীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আজি বিলাসীপাৰা বেলতলী হত্যাকাণ্ডৰ মূল অভিযুক্ত সাহজাহান আলী সহ নাৰুমুদ্দিন ওৰফে কালু নামৰ আন এজন আচামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰক্ষীয়ে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে  এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি 
 
                      বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে এমএচিৰ চতুৰ্থ সংস্কৰণ ছুপাৰ লীগ ফুটবল টুৰ্ণামেন্টৰ আৰম্ভণি
                  
   बस के 5 काम करो बिना किसी दवाई के पेट की 90% बीमारियां ठीक हो जाएंगी | Improve Digestion | Ram Verma 
 
                      बस के 5 काम करो बिना किसी दवाई के पेट की 90% बीमारियां ठीक हो जाएंगी | Improve Digestion | Ram Verma
                  
   પારડી ઓવરબ્રિજ પર અમદાવાદ તરફ જતો ટેમ્પો આગની ચપેટમાં આવ્યો,સમયસર નીચે ઉતરી જતા ચાલકનો આબાદ બચાવ 
 
                      મુંબઈથી અમદાવાદ તરફ જઈ રહેલો ટેમ્પામાં પારડી ચાર રસ્તા બ્રિજ પાસે અચાનક ધુમાડો નીકળતા જોઈને...
                  
   অসমলৈ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ 
 
                      আজি তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ...
                  
   
  
  
  
  
   
   
  