ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ মুখ্য কাৰ্য্যালয়ত সন্মানীয় শ্ৰী যুত অৰূপ নাথ ডাঙৰীয়াৰ সভাপতিত্বত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখন বৃক্ষ ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হয়। এই সভাত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। শ্ৰী যুত অৰূপ নাথে শলাগৰ শৰাই আগবঢ়ায় আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে এই সভা ভংগ কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रोहा महाविद्यालय छात्र एकता सभा चुनाव:-सभी पदों पर आसु समर्थित उम्मीदवार विजयी।
रोहा महाविद्यालय छात्र एकता सभा चुनाव२०२२-२३ में बारह पदों के लिए हुवे चुनाव में सभी पदों पर आसु...
चबा-चबाकर खाने के हैं बड़े फायदे, जानें क्यों बड़े-बुजुर्ग हमेशा देते हैं धीरे खाने की सलाह!
हम में से ज्यादातर लोग हमेशा जल्दी में खाना खाते हैं। फिर चाहे सुबह ऑफिस जाने की जल्दी हो...
બિગ બ્રેકીગ - રાજુલા પંથકમાં મેઘરાજા ની તોફાની બેટિંગ જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
બિગ બ્રેકીગ - રાજુલા પંથકમાં મેઘરાજા ની તોફાની બેટિંગ જુઓ માત્ર અમરેલી મેટ્રો ન્યુઝ ચેનલ પર
"সুবাস"ৰহাৰ শ্ৰীকৃষ্ণ মহা ৰাসলীলা ৩০নবেম্বৰত।
সুবাস ৰহাৰ উদ্যোগত আৰু ৰহা বজাৰ সমূহ ব্যবসায় সন্থাৰ সৌজন্যত অহা ৩০ নবেম্বৰত এদিনীয়া...