কাজিৰঙাৰ হাতীপাথৰত থকা গণেশ মন্দিৰত গণেশ চতুৰ্থী পালন।উল্লেখ্য যে কাজিৰঙাৰ কহঁৰাত আছে গণেশ আকৃতিৰ এক শিলৰমূৰ্তি।লোকবিশ্বাস অনুসৰি স্বত:স্ফূতভাৱে ভূমিষ্ঠ হৈ ওলাই আহিছিল মূৰ্তিভাগ। এই শিলৰ হস্তী আকৃতিৰ মূৰ্তিভাগৰ নামেৰে ঠাইখিনিৰ নাম ৰখা হয় হাতীপাথৰ বুলি। কাজিৰঙাৰ কাষৰীয়া অঞ্চল কাৰ্বিআংলঙত থকা এই গণেশ মন্দিৰলৈ আগমন ঘটে বহু ভক্তৰ।