কাজিৰঙাৰ হাতীপাথৰত থকা গণেশ মন্দিৰত গণেশ চতুৰ্থী পালন।উল্লেখ্য যে কাজিৰঙাৰ কহঁৰাত আছে গণেশ আকৃতিৰ এক শিলৰমূৰ্তি।লোকবিশ্বাস অনুসৰি স্বত:স্ফূতভাৱে ভূমিষ্ঠ হৈ ওলাই আহিছিল মূৰ্তিভাগ। এই শিলৰ হস্তী আকৃতিৰ মূৰ্তিভাগৰ নামেৰে ঠাইখিনিৰ নাম ৰখা হয় হাতীপাথৰ বুলি। কাজিৰঙাৰ কাষৰীয়া অঞ্চল কাৰ্বিআংলঙত থকা এই গণেশ মন্দিৰলৈ আগমন ঘটে বহু ভক্তৰ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  10990 रुपये में खरीदें लैपटॉप, मीडियाटेक प्रोसेसर और 11.6 इंच की डिस्प्ले जैसी खूबियां 
 
                      कम दाम में नया लैपटॉप खरीदने की प्लानिंग कर रहे हैं तो एक ऐसा लैपटॉप है जिसे आप 11000 रुपये से भी...
                  
   Rahul Gandhi meets Kalpana Soren: राहुल गांधी ने कल्पना सोरेन से मुलाकात की | Hemat Soren | Aaj Tak 
 
                      Rahul Gandhi meets Kalpana Soren: राहुल गांधी ने कल्पना सोरेन से मुलाकात की | Hemat Soren | Aaj Tak
                  
   মাজুলীৰ মহিলা  জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে 
 
                      জীবিকা সখি সকলৰ সহযোগত মাজুলীৰ প্রত্যকটো পঞ্চায়তৰ সকলোগোট সমুহক এই পাতাকা সমুহ বনাবলৈ দিছে...
                  
   વડાપ્રધાનની માનગઢ ની મુલાકાત નક્કી.બિરસા મુડા ગૌરવ યાત્રા સંતરામપુર મા જાહેરાત. 
 
                      વડાપ્રધાનની માનગઢ ની મુલાકાત નક્કી.બિરસા મુડા ગૌરવ યાત્રા સંતરામપુર મા જાહેરાત.
                  
   বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত মৰাণত গান্ধী জয়ন্তী উদযাপনৰ লগতে স্বচ্ছতা অভিযান 
 
                      বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত মৰাণত গান্ধী জয়ন্তী উদযাপনৰ লগতে স্বচ্ছতা অভিযান
                  
   
  
  
   
  
  
   
   
   
  