# ধেমাজি আবকাৰী অধীক্ষক প্ৰীতম বৰুৱাক গ্ৰেপ্তাৰ ৷
#প্ৰীতম বৰুৱাৰ বিৰুদ্ধে অভিযোগ আছিল কিশোৰী নিৰ্যাতনৰ ।
# POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আবকাৰী অধীক্ষক বৰুৱাক ৷
# ধেমাজি আৰক্ষীৰ সহযোগত আৱৰ্ত ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যোৱা হৈছে বৰুৱাক।