আজি গণেশ চতুৰ্থী।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীৰ গণেশ মন্দিৰত ৰাতিপুৱাৰে পৰা ভক্তৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে।উল্লেখযোগ্য যে দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা গণেশ পূজাত জিলাখনৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ ভক্ত ই আহি নিজৰ মনোবাঞ্চা পূৰণৰ বাবে শৰাই নৈবেদ্য আগবঢ়াই।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं