আজি গণেশ চতুৰ্থী ।মঙলদৈটো গণেশ চতুৰ্থী উপলক্ষে ভক্তৰ ব্যাপক ভিৰ | মঙলদৈ প্ৰীতি নগৰ গণেশ মন্দিৰত ভক্তৰ লানি নিছিঙা শাৰী ।

ধূপ দ্বীপ জ্বলাই ভক্ত সকলে আশীৰ্বাদ লৈছে আশীৰ্বাদ লৈছে শ্ৰী শ্ৰী গণেশ বাবাৰ ।