প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল আজি অৱহেলিত-উপেক্ষিত। সুদীৰ্ঘ কাল অচিনাক্ত হৈ ৰোৱা চ্যুকাফাৰ মৈদাম ২০১৫ চনত চিহ্নিত কৰি উদ্ধাৰ কৰা হৈছিল যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। মৈদাম টো সংৰক্ষণৰ বাবে চৰকাৰী ভাৱে আঁচনি প্ৰস্তুত কৰা হৈছিল যদিও আজিলৈকে কিন্তু কোনো ধৰণৰ বিশেষ পদক্ষেপ আগবঢ়া পৰিলক্ষিত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केवल आंखों के इशारे से कंट्रोल कर सकेंगे अपना iPhone और iPad, कमाल का है नया अपडेट
Apple ने 10 जून से अपने सालाना इंवेट की शुरुआत कर दी है। इवेंट के मुख्य हाईलाइट्स में iOS 18 और...
ગુજરાતના ઘણા વિસ્તારોમાં ગઈકાલે સાંજના સમયે આકાશમાં ટ્યુબ લાઇટ જેવી રહસ્યમય
ગુજરાતના ઘણા વિસ્તારોમાં ગઈકાલે સાંજના સમયે આકાશમાં ટ્યુબ લાઇટ જેવી રહસ્યમય લાઈટ દેખાતા લોકોમાં...
બિપરજોયની દહેશત...
બિપરજોયની દહેસત: વાવાઝોડાને લઇ બનાસકાંઠા જિલ્લા ખેતીવાડી અધિકારીએ ખેડૂતોને તકેદારી રાખવા સૂચના...
जिला कलेक्टर ने बड़ोदिया में की रात्रि चौपाल
जिला कलेक्टर ने बड़ोदिया में की रात्रि चौपाल