প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল আজি অৱহেলিত-উপেক্ষিত। সুদীৰ্ঘ কাল অচিনাক্ত হৈ ৰোৱা চ্যুকাফাৰ মৈদাম ২০১৫ চনত চিহ্নিত কৰি উদ্ধাৰ কৰা হৈছিল যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। মৈদাম টো সংৰক্ষণৰ বাবে চৰকাৰী ভাৱে আঁচনি প্ৰস্তুত কৰা হৈছিল যদিও আজিলৈকে কিন্তু কোনো ধৰণৰ বিশেষ পদক্ষেপ আগবঢ়া পৰিলক্ষিত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অতিশীঘ্ৰে এই মৈদামটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে স্থানীয় ৰাইজে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Cyclone Michaung: Chennai में चक्रवाती तूफान से 8 लोगों की मौत, 12 फ्लाइट्स हुई रद्द | cyclone News
Cyclone Michaung: Chennai में चक्रवाती तूफान से 8 लोगों की मौत, 12 फ्लाइट्स हुई रद्द | cyclone News
સ્વર્ગને ભૂલી જાવ એવું મુક્તિધામ, લોકો આવે છે અહીં પ્રી-વેડિંગ શૂટ માટે...!
મુક્તિધામનું નામ પડે એટલે સારા સારાના હાજા ગગડી જાય છે. મુક્તિધામમાં કોઈ જવાનું પસંદ કરતું નથી....
Sushil Kedia’s Bold Stock Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?| Business
Sushil Kedia’s Bold Stock Picks | 10 के दमदार Trades में जानें आज कौन से Stocks भरेंगे दम?|...
ऊर्जा मंत्री हीरालाल नागर की अनुशंसा पर 9.75 करोड रुपए के कार्य स्वीकृत, निविदा जारी
ऊर्जा मंत्री हीरालाल नागर की अनुशंसा पर 9.75 करोड रुपए के कार्य स्वीकृत, निविदा...