ৰিহন অসম ওৰফে ছাইফুল ইছলাম নামৰ এজন আলফা(স্বা)ৰ সদস্যক পুনৰ মৃত্যুদণ্ড বিহে ৷ দুবাৰকৈ শিৱিৰৰ পৰা পলায়ন কৰা, আৰক্ষীৰ লগত গোপনে সম্পৰ্ক ৰক্ষা কৰা আৰু প্ৰকৃত পৰিচয় লুকুৱাই ৰখাক লৈ ৩১ আগষ্টত নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি মৃত্যুদণ্ড বিহা হয় বুলি জানিব দিয়ে প্ৰেছ বিবৃত্তিৰ জৰিয়তে ৷ কেপ্তেইন ৰুমেল অসমৰ স্বাক্ষৰিত প্ৰেছ বিবৃত্তি অনুসৰি ২৮ জুলাইত প্ৰথমবাৰ পলায়ন কৰি কৰায়ত্ব কৰাৰ পাছত পুনৰ ২৩ আগষ্টত দ্বিতীয়বাৰ পলায়ন কৰি ২৫ আগষ্টত কৰায়ত্ব কৰিছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গুৱাহাটী কাহিলীপাৰাৰ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যকালৰ সন্মুখত তীব্ৰ প্ৰতিবাদ
গুৱাহাটী কাহিলীপাৰাৰ সৰ্বশিক্ষা মিছন সঞ্চালকৰ কাৰ্যকালৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। ২০২১ চনৰ ৫...
মাকুম পৌৰসভাৰ সচেতন নাগৰিকক লৈ গুৰুত্বপূৰ্ণ সভা
সোমবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ মাকুম পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ সচেতন নাগৰিকসকলক লৈ মাকুমৰ...
Lok Sabha Election 2024: दिल्ली की 7 सीटों पर कल होगी वोटिंग, जनता ने बताया किसे देंगे वोट | Aaj Tak
Lok Sabha Election 2024: दिल्ली की 7 सीटों पर कल होगी वोटिंग, जनता ने बताया किसे देंगे वोट | Aaj Tak
सासरच्या त्रासाला कंटाळून विवाहितेने दोन मुलासह केली आत्महत्या
पतीस बार्शी पोलिसांनी केली अटक
सोलापूर :- हुंड्याच्या 50 हजार रूपयासाठी जावई व...
રાધનપુરમાં કોંગ્રેસના આગેવાનોની મિટિંગ યોજાઇ
#buletinindia #gujarat #patan