সোমবাৰে ডিগবৈ বিধানসভা সমষ্টিৰ মাকুম পৌৰসভাৰ অন্তৰ্গত ১০ টা ৱাৰ্ডৰ সচেতন নাগৰিকসকলক লৈ মাকুমৰ যুগল কিশোৰ কেষান ভৱনত মাকুম পৌৰসভাই এক গুৰুত্বপূৰ্ণ সভা অনুষ্টিত কৰে ৷ মাকুম চহৰখন জাকতজিলিকা কৰি তোলাৰ স্বাৰ্থত সচেতন নাগৰিকসকলৰপৰা বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰে পৌৰসভাই। সভাখনত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, পৌৰপতি বিপাশা বৰা, পৌৰ আয়ুক্ত অপৰূপা বুঢ়াগোহাঁই, গাঁও আৰু নগৰীয়া উন্নয়ন পৰিকল্পনা সঞ্চালক বিশ্বজিৎ ভূঞা, পৌৰসভাৰ বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে ডঃ ৰণজিৎ ৰথৰ কাৰ্যভাৰ গ্ৰহণ
আজিৰ খবৰ, গুৱাহাটী , ৪ আগষ্ট, ২০২২ : দেশৰ ৰাজহুৱা তৈল কোম্পানী সমূহৰ অন্যতম আৰু নবৰত্ন সন্মানেৰে...
માલપુરનો વાત્રક ડેમ એલર્ટ સ્ટેજ પર
માલપુરનો વાત્રક ડેમ એલર્ટ સ્ટેજ પર
খাৰুপেটীয়াৰ কুঁৱৰীপুখুৰী গাৱত বন বিভাগৰ অভিযানত টাংনী নদীত অবৈধ ভাৱে মাটি খনন কৰা ডাম্পাৰ জব্দ
দৰঙৰ মঙ্গলদৈ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বিষয়া আৰু বনকৰ্মী সকলে এক গোপন সূত্ৰৰ পমখেদি খাৰুপেটীয়া...
G20 Summit: Russia और China के राष्ट्रपति जी-20 समिट में नहीं आ रहे, USA ने जताई चिंता (BBC Hindi)
G20 Summit: Russia और China के राष्ट्रपति जी-20 समिट में नहीं आ रहे, USA ने जताई चिंता (BBC Hindi)
25000 रु का किशोरपुरा थाने का सक्रिय अपराधीसिराज उर्फ चिग्गा,
किशोरपुरा थाने का सक्रिय अपराधी सिराज उर्फ चिग्गा, जो जिला कोटा शहर के विभिन्न थानो पर दर्ज...