ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত কঞাঁৰ আতাইকেইটা পথে বানত বিধস্ত হোৱাৰ পিচতো আজিলৈকে মেৰামতিৰ কোনো ব্যৱস্থা নকৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷উল্লেখ্য যে যিকেইটা পথৰে কঞাঁ ৰাজহচক্ৰ কাৰ্য্যালয়,কঞাঁ আৰক্ষী থানালৈ অহাযোৱা কৰিব লাগে সেইকেইটা পথৰ বিধস্ত ৰূপে সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ অমনোযোগিতাৰ প্ৰকৃত ছবি প্ৰকাশ পায়৷আনহাতে উক্ত বিধস্ত পথৰে স্কুল কলেজৰ ছাত্ৰছাত্ৰী অহাযোৱা কৰাৰ উপৰিও ৰঙিয়া মহকুমা সদৰৰ লগত পশ্চিম বড়িগোগ মৌজাৰ একমাত্ৰ যোগাযোগৰ পথ উক্ত বানে বিধস্ত কৰা পথ কেইটা৷ৰাইজে অনতি পলমে পথ কেইটা মেৰামতি কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લા સેવા સદન ખાતે કલેક્ટરની અધ્યક્ષતામાં પ્રિ.મોન્સૂન બેઠક યોજાઈ | SatyaNirbhay News Channel
જિલ્લા સેવા સદન ખાતે કલેક્ટરની અધ્યક્ષતામાં પ્રિ.મોન્સૂન બેઠક યોજાઈ | SatyaNirbhay News Channel
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Share Market में जानें क्या है Experts के BTST और STBT Ideas | Share Market Tomorrow | CNBC Awaaz
Motorola ला रहा एक नया Smartphone, 3 जुलाई को होगा लॉन्च?
मोटोरोला अपने भारतीय ग्राहकों के लिए Razr 50 Ultra लॉन्च कर रहा है। इस फोन की लॉन्च डेट 4 जुलाई...
कल्याण राय जी महाराज को लगाया छप्पन भोग, सजाई झांकी।
कल्याण राय जी मंदिर पर लगाया छप्पन भोग, कृष्ण जन्माष्टमी के दिन से प्रतिदिन महिला मंडल के द्वारा...