গোলাঘাটৰ ৰানু মণ্ডলৰ দুৰ্দশা

দীৰ্ঘদিন ধৰি কেৱল আশ্বাহত অতি কষ্টেৰে জীৱন অতিবাহিত কৰি অহা ৰানু মণ্ডল নিজ অসহ্য দুৰ্দশাৰ পৰা অতিষ্ঠ হৈ কি কয় আছে শুনক

চাওক গোলাঘাট পৌৰসভা অধীনৰ ৬ নং ৱাৰ্ডৰ এই অৱস্থা বৰষুণ এজাক অহা মাত্রকৈ সৃষ্টি হয় কৃত্ৰিম বান। 

পৌৰসভা বিষয়া কৰ্মীৰগফিলতি বাবে এনে দৰিদ্ৰ লোকৰ ঘৰ বোৰ যায় সামান্য বাৰিষাৰ পানীত

দীৰ্ঘদিন ধৰি ৰানু মণ্ডলক বিভিন্ন আঁচনিৰ যোগেদি ৰন্ধন গেছ, PMAY ঘৰ আদি প্ৰদান কৰা আশ্বাস দিয়া হৈছে যদিও বৰ্তমান এই দৰিদ্ৰ মহিলা গৰাকী অতি শোচনীয় অৱস্থাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে।

উল্লেখযোগ্য যে ২০১৯ বৰ্ষত প্ৰশাসনিক বিষয়া অভিযন্তা আহি ৰানু মণ্ডলৰ ঘৰ নিৰীক্ষণ কৰি শীঘ্ৰেই প্ৰধানমন্ত্ৰী আৱাস আঁচনিৰ অধীনত এটি গৃহ আবন্টন কৰা আশ্বাস আজি পৰ্যন্ত পূৰণ কৰা নহল।