ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ অভিযান দুৰ্নীতি নিবাৰক শাখাৰ। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষীয়ে উৎকোচৰ লোৱাৰ সময়ত হাতে-লােটে ধৰে মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক। ২০ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী। মৰিগাঁৱৰ পালিগুৰিৰ এখন বাৰৰ পৰা লৈছিল উৎকোচ।দুৰ্নীতি নিবাৰক শাখাৰ অভিযান বতমানেও অব্যাহত আছে। বিষয়াগৰাকীক অবৈধ ধনৰ সন্ধান বিচাৰি অধিক জেৰা চলাইছে আৰক্ষীয়ে। এই সন্দৰ্ভত টুইট কৰি সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় যে ‘চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Surat: ભારે વરસાદ બાદ સુરતના ગામોમાં વિકટ સ્થિતિ
Surat: ભારે વરસાદ બાદ સુરતના ગામોમાં વિકટ સ્થિતિ
Lok Sabha Election 2024: सारण सीट पर क्या BJP को हरा पाएगी Lalu Yadav की बेटी रोहिणी आचार्य ?
Lok Sabha Election 2024: सारण सीट पर क्या BJP को हरा पाएगी Lalu Yadav की बेटी रोहिणी आचार्य ?
এম এ চি আৰু ডাউন টাউন ইউনিভাৰ্চিটিৰ উদ্যোগত বিহপুৰীয়াত কেৰিয়াৰ কাউন্সিলিং কাৰ্যাসুচী
মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু Assam Down Town University Guwahati যৌথ উদ্যোগত আৰু টাকাম মিচিং...
लग्जरी कारों के बाद अब Hyundai ने भी की घोषणा, नए साल पर महंगी हो जाएगा कंपनी की कारों को खरीदना, पढ़ें खबर
वाहन निर्माताओं की ओर से कारों और एसयूवी को बिक्री के लिए उपलब्ध करवाया जाता है। समय समय पर...