মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু Assam Down Town University Guwahati যৌথ উদ্যোগত আৰু টাকাম মিচিং পৰিন কেবাং (TMPK) বিহপুৰীয়া জিলা সমিতিৰ সহযোগত Career Counselling কাৰ্যসূচী বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত আজি অনুষ্ঠিত হয় । বিহপুৰীয়াৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা পাঁচ শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰা Career Counselling অনুষ্ঠানত Founder Skilfinity Behavioural of Corporate Training Consultent অঞ্জন চোধুৰী , গুৱাহাটী ডাউন টাউন ইউনিভাৰচিটিৰ সহকাৰী মেনেজাৰ ইফতিকা আহমেদ, নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধৰণী শৰ্ম্মা, বদতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়ত্ৰী জাহানাৰা ৰহমান, TMPK কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যনিবাহক সদস্য কিৰণ দলে, কেন্দ্ৰীয় সমিতিৰ সদস্য বোদ্ধেন পেগু, TMMK বিহপুৰীয়া জিলা সমিতিৰ সভানেত্ৰী গীতামণি দলে, MMK জিলা সমিতিৰ সম্পাদক জীতেন্দ্ৰ দলে আদিয়ে অংশগ্ৰহণ কৰে । মনোগ্ৰাহী অনুষ্ঠানত অংশ লৈ যথেষ্ট উপকৃত হোৱা বুলি ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
#android #hd #tv #box h96 full 1080 to 4k ultra with Dolby sound system #unboxing #new #shopping
रामलला प्राण प्रतिष्ठा दिवस को लेकर भजनलाल सरकार की अनूठी पहल
अयोध्या में इसी साल 22 जनवरी को प्रभु श्रीराम के मंदिर का प्राण-प्रतिष्ठा समारोह का हुआ था। इस...
વિંગ્સ ઓફ ફાયર નેશનલ ઈનોવેશન અને સોશિયલ કોન્ફરન્સનું સમાપન..
આપણો દેશ વિકાસ કરી રહ્યો છે.વિશ્વમાં આગવી ઓળખ ઊભી થઈ રહી છે. આ સમયમાં નવ સર્જન અને સંશોધન થઇ...
મહેસાણા : ST બસમાં ટોળાએ વિદ્યાર્થીઓને અડપલાં કરતાં સવાલા ગામે બબાલ, કંડક્ટરે ફરિયાદ નોંધાવી
મહેસાણા જિલ્લાના વિસનગર એસટી ડેપોમાંથી ગઈકાલે સાંજે ઉપડેલી વિસનગર-રાવળાપુરા એસટી બસમાં બેસવા...