ধেমাজিৰ সক্ৰিয় স্বেচ্ছাসেৱী অনুষ্ঠান চেড'য়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান গুঞ্জৰ সহযোগত কালি স্হানীয় কৃষকৰ মাজত ৫ সহস্ৰাধিক বিভিন্ন ধৰণৰ ফলমূলৰ পুলি বিতৰণ কৰে ৷ ধেমাজিৰ কেইবাখনো বিদ্যালয়তো অনুষ্ঠানটোৱে নেমু , চেৰী , আমলখি , কঠালকে ধৰি ভিন্ন প্ৰজাতিৰ ফলমূলৰ পুলি বিতৰণ কৰে ৷উল্লেখযোগ্য যে পুলি বিতৰণৰ পূৰ্বে চেড'ৰ কাৰ্যালয়ত সচিব নৱজ্যোতি দত্তৰ সঞ্চালনাাত অনুষ্ঠিত সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই , শিক্ষাবিদ সুনীল কোঁচ , পবিত্ৰ বৰুৱাই অংশ লয় ৷ প্ৰণিধানযোগ্য যে ধেমাজিৰ প্ৰতিষ্ঠিত খেতিয়ক মোলান ভূঞাই সভাত গছপুলি ৰোপণৰ পদ্ধতি আৰু প্ৰতিপালনৰ সন্দৰ্ভত বহলকৈ বক্তব্য ৰাখে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सबसे बड़ा IPL मेगा ऑक्शन:अर्शदीप को पंजाब ने 18 करोड़ में खरीदा, राइट टू मैच कार्ड का इस्तेमाल किया
इंडियन प्रीमियर लीग (IPL) के 18वें सीजन से पहले सऊदी अरब के जेद्दा में मेगा ऑक्शन किया जा रहा है।...
राजकीय उच्च प्राथमिक विद्यालय बोरदा में हैल्थ एंड वैलनस कार्यक्रम का आयोजन
बूंदी। राजकीय उच्च प्राथमिक विद्यालय बोरदा में स्कूल हैल्थ एंड वैलनस कार्यक्रम आयोजित किया गया।...
દાહોદના ભાટીવાડા પ્રાથમિક આરોગ્ય કેન્દ્રના આરોગ્યકર્મીઓની ફરજમાં બેદરકારી સામે આવતા કડક પગલા
આજરોજ વહેલી સવારના ભાટીવાડા ગામમાં પીયરમાં રહેતા શારદાબેન ભુરીયા નામની સગર્ભા મહિલાને સુવાવડનો...
09 पुलिस थानों के 48 प्रकरणों में जब्तशुदा अवैध मादक पदार्थ स्मैक, डोडा चूरा, चरस व गांजा को पुलिस ने किया नष्ट।
जिला पुलिस अधीक्षक बून्दी ने बताया की जिले के पुलिस थानों के मालखाना एनडीपीएस एक्ट में जब्तशुदा...