ধেমাজি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক প্ৰীতম বৰুৱাক মঙলবাৰে দুপৰীয়া ধেমাজি আৰক্ষীয়ে আটক কৰি ইতিমধ্যে দিছপুৰৰ আৰক্ষীক গটাই দিয়ে। ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁই জানিবলৈ দিয়া মতে আবকাৰী বিভাগৰ বিষয়া প্ৰীতম বৰুৱাক দিছপুৰৰ আৰক্ষীয়ে প’ছকো( posco ) আইনৰ গোচৰৰ সংক্ৰান্তত আটক কৰি দিবলৈ ধেমাজি আৰক্ষীলৈ জৰুৰী মেছেজ আহিছিল ৷সেই মেছেজৰ ভিত্তিতেই মঙলবাৰে ধেমাজি আৰক্ষীয়ে আবকাৰী বিষয়া প্ৰীতম বৰুৱাক আটক কৰি গুৱাহাটীৰ পৰা তেজপুৰলৈকে আগবাঢ়ি অহা দিছপুৰ আৰক্ষীক তেজপুৰত গৈ ধেমাজি আৰক্ষীয়ে চমজাই দিয়ে। উল্লেখ্য যে আবকাৰী বিষয়া গৰাকীয়ে দুপৰীয়া অফিচৰ কামকাজৰ সৰ্ন্দভত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰলৈকে আহিছিল যদিও ৰাষ্টাতে আৰক্ষীয়ে তেওঁক দেখা পায় গাড়ী ৰাখিবলৈ কয় আৰু লগে লগেই সেই স্হানতে বিষয়া গৰাকীক আটক কৰে।হঠাতে বিষয়া গৰাকীক আটক কৰা কাৰ্য্যত হতসম্ভ হৈ গাড়ী চালকজনে পুনৰ গাড়ীখন কাৰ্য্যালয়ৰলৈকে ঘূৰাই লৈ যায়।আবকাৰী বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ সম্পৰ্কে ধেমাজিত কোনো বিতং তথ্য নাই। আটক কৰা আবকাৰী বিষয়া প্ৰীতম বৰুৱাই ধেমাজি ভাৰপ্ৰাপ্ত অধীক্ষকৰ লগতে লখিমপুৰ জিলাও আবকাৰী বিভাগৰ উপ- অধীক্ষক দায়িত্বত আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધોરણ 10નું પરિણામ આવતા જ વિદ્યાર્થીઓમાં ઉત્સાહનો માહોલ, કલાકોની મહેનત રંગ લાવી
આજે ધોરણ 10નું પરિણામ જાહેર થયુ છે. પરિણામ આવતાની સાથે જ વિદ્યાર્થીઓમાં ઉત્સાહ જોવા મળ્યો છે....
રાજસ્થાનના પાલી નજીક ટ્રેલરે ત્રણ પદયાત્રિકોને અડફેટે લીધા : બે વ્યક્તિઓના મોત
દાંતાના જોરાપુરાથી પગપાળા રણુજા જવા નીકળેલા ત્રણ પદયાત્રીકોને રાજસ્થાનના પાલી પાસે ટ્રકે અડફેટે...
इजराइल-हिजबुल्लाह के बीच 60 दिन का सीजफायर मंजूर:बाइडेन बोले- हिजबुल्लाह ने डील तोड़ी तो इजराइल को खुद की सुरक्षा का अधिकार
इजराइल की वॉर कैबिनेट ने लेबनान में इजराइल और हिजबुल्लाह के बीच 60 दिन के लिए सीजफायर डील को...
દાહોદ જિલ્લાના ઝાલોદ તાલુકાના ગરાડુ ગામે આમ આદમી પાર્ટીની બેઠક યોજાઇ
દાહોદ જિલ્લાના ઝાલોદ તાલુકાના ગરાડુ ગામે આમ આદમી પાર્ટીની બેઠક યોજાઈ
આજરોજ ઝાલોદ...
रक्तदान में उमड़े कार्यकर्ता, 175 लोगों ने किया रक्तदान
सांगोद, ..... प्रधानमंत्री नरेन्द्र मोदी के जन्मदिन के मौके पर भाजपा की ओर से देशभर में आयोजित...