ধেমাজি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক প্ৰীতম বৰুৱাক মঙলবাৰে দুপৰীয়া ধেমাজি আৰক্ষীয়ে আটক কৰি ইতিমধ্যে দিছপুৰৰ আৰক্ষীক গটাই দিয়ে। ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁই জানিবলৈ দিয়া মতে আবকাৰী বিভাগৰ বিষয়া প্ৰীতম বৰুৱাক দিছপুৰৰ আৰক্ষীয়ে প’ছকো( posco ) আইনৰ গোচৰৰ সংক্ৰান্তত আটক কৰি দিবলৈ ধেমাজি আৰক্ষীলৈ জৰুৰী মেছেজ আহিছিল ৷সেই মেছেজৰ ভিত্তিতেই মঙলবাৰে ধেমাজি আৰক্ষীয়ে আবকাৰী বিষয়া প্ৰীতম বৰুৱাক আটক কৰি গুৱাহাটীৰ পৰা তেজপুৰলৈকে আগবাঢ়ি অহা দিছপুৰ আৰক্ষীক তেজপুৰত গৈ ধেমাজি আৰক্ষীয়ে চমজাই দিয়ে। উল্লেখ্য যে আবকাৰী বিষয়া গৰাকীয়ে দুপৰীয়া অফিচৰ কামকাজৰ সৰ্ন্দভত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰলৈকে আহিছিল যদিও ৰাষ্টাতে আৰক্ষীয়ে তেওঁক দেখা পায় গাড়ী ৰাখিবলৈ কয় আৰু লগে লগেই সেই স্হানতে বিষয়া গৰাকীক আটক কৰে।হঠাতে বিষয়া গৰাকীক আটক কৰা কাৰ্য্যত হতসম্ভ হৈ গাড়ী চালকজনে পুনৰ গাড়ীখন কাৰ্য্যালয়ৰলৈকে ঘূৰাই লৈ যায়।আবকাৰী বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ সম্পৰ্কে ধেমাজিত কোনো বিতং তথ্য নাই। আটক কৰা আবকাৰী বিষয়া প্ৰীতম বৰুৱাই ধেমাজি ভাৰপ্ৰাপ্ত অধীক্ষকৰ লগতে লখিমপুৰ জিলাও আবকাৰী বিভাগৰ উপ- অধীক্ষক দায়িত্বত আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  AAJTAK 2 | SHIMLA में अवैध मस्जिद निर्माण को लेकर बवाल जारी, विभिन्न संगठनों ने किया विरोध प्रदर्शन! 
 
                      AAJTAK 2 | SHIMLA में अवैध मस्जिद निर्माण को लेकर बवाल जारी, विभिन्न संगठनों ने किया विरोध प्रदर्शन!
                  
    किन विवादों में फंस गए राजेंद्र गुढ़ा, मुख्यमंत्री को लेकर बोले- 'मेरा जो बिगाड़ना है वह बिगाड़ लें' 
 
                      गहलोत सरकार में लाल डायरी को लेकर सबसे अधिक चर्चाओं में रहे पूर्व मंत्री राजेंद्र गुढ़ा इन दिनों...
                  
   Diabetes patient Nonveg खा सकते हैं या नहीं | How to Include Non Veg in Diabetic Diet 
 
                      Diabetes patient Nonveg खा सकते हैं या नहीं | How to Include Non Veg in Diabetic Diet
                  
   
  
  
  
  
   
  