সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ লাকুৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি লাকুৱাত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। লাকুৱা সৃজনী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায় লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাই। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট শিক্ষাব্ৰতী তথা বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kiska Hoga Rajtilak: Madhya Pradesh में बोले युवा- ‘फ्री में पैसा नहीं चाहिए’ | Anjana Om Kashyap
Kiska Hoga Rajtilak: Madhya Pradesh में बोले युवा- ‘फ्री में पैसा नहीं चाहिए’ |...
বাৰেকুৰীত অজগৰ উদ্ধাৰ
বাৰেকুৰীত অজগৰ উদ্ধাৰ
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ বাৰেকুৰীৰ পুৰণি মতাপুং গাওঁত এডাল অজগৰ সাপ...
દેવિપુજક તેમજ વિચરતી વિમુક્ત જાતિઓનુ પાટડી ખાતે મહાસંમેલન
તા.૬/૧૦/૨૦૨૨ના રોજ પાટડી ખાતે દેવીપૂજક સ્વાભિમાન સેના તથા વિરાટ વિચરતી વિમુક્ત સંઘ દ્વારા...
સુરત : સિવિલ હોસ્પિટલમાં એક ચોંકાવનારો કિસ્સો સામે આવ્યો | SatyaNirbhay News Channel
સુરત : સિવિલ હોસ્પિટલમાં એક ચોંકાવનારો કિસ્સો સામે આવ્યો | SatyaNirbhay News Channel
সোণাৰি মহাবিদ্যালয়ত বিশেষ প্ৰশিক্ষণৰ আয়োজন
আগন্তুক অৰুণোদয় মাহ উপলক্ষে আজি সোণাৰি মহাবিদ্যালয়ত এক বিশেষ প্ৰশিক্ষণৰ আয়োজন কৰা হয়।