আলফাৰ চাৰ্জেন্ত মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন দেশ আৰু জাতিৰ বাবে আত্ম বলিদান দিয়া ধলা হাঁহখাটি মালভোগ গাওঁৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ মঙ্গলবাৰে ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন হৈ যায়। মালভোগ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগনত আজি মৰাণ সমাজৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আলফা সদস্য গৰাকীৰ আদ্যশ্রাদ্ধ আয়োজন কৰা হয়। আলফা (স্বা) সদস্য গৰাকীৰ ৰাজহুৱাকৈ আয়োজন কৰা আদ্যশ্ৰাদ্ধত অজস্ৰ লোকৰ সমাৱেশ ঘটে।উল্লেখ্য যে যোৱা ৯ আগষ্ট ২০২২ তাৰিখে অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তৰ পাংচুপাচত আলফা(স্বা) আৰু NSCN/GPRN ৰ যৌথ সামৰিক অভিযানত আছাম ৰাইফলচৰ সৈতে হোৱা সংঘৰ্ষত গুলিবৃদ্ধ হৈছিল আলফাৰ চাৰ্জেণ্টে মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসম আৰু যোৱা ২৫ আগষ্ট তাৰিখে পোৱাৰ ভাগত মৃত্যু হোৱা বুলি আলফা (স্বা) ৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসম স্বাক্ষৰিত প্ৰেছ বৃবিতিৰ জৰিয়তে জানিবলৈ দিছিল। উল্লেখ্য যে ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যুৰ সংবাদ লাভ কৰাৰ পিছত আলফা (স্বা) সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ শৱ দেহ বিচাৰি পৰিয়াল বৰ্গই আহ্বান জনাইছিল যদিও মৃত দেহ ঘৰলৈ ওভতাই পথোৱাটো সম্ভৱ নহয় বুলি পৰিয়ালক অৱগত কৰাত ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ পূত্তলিকা নিৰ্মাণ কৰি সৎকাৰ কৰিছিল গাওঁবাসীয়ে আৰু মংগল বাৰে ৰাজহুৱা ভাৱে আদ্যশ্ৰাদ্ধ আয়োজন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દિલ્હીમાં ઉમેદવારને નગરપાલિકાની ટિકીટ ન મળતાં ટાવર પર ચઢી વિરોધ દર્શાવ્યો
દિલ્હીમાં નગરપાલિકાની ચૂંટણીની જાહેરાત બાદ આમ આદમી પાર્ટીના ઉમેદવારની એક...
सकवारा गांव में मामूली बात को लेकर हुआ विवाद ,3 लोगो पर किया 5 आरोपियों ने प्राणघातक हमला
अशोकनगर जिले के चंदेरी थाना क्षेत्र सकबारा गांव में मामूली बात को लेकर मारपीट का मामला...
સિંગવડ તાલુકા માં રામદેવજી જન્મ જયંતીના દિવસે ધ્વજાનું સિંગવડ બજારમાં વરઘોડો
સિંગવડ તાલુકા માં રામદેવજી જન્મ જયંતીના દિવસે ધ્વજાનું સિંગવડ બજારમાં વરઘોડો
ৰহা বাৰহপূজীয়া ৰ প্ৰমিলা দাসে ফিলিপাইনছ ৮০০মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰোঞ্জ পদকলৈ কঢিয়াই আনিলে গৌৰৱ,অঞ্চলত আনন্দৰ লহৰ। ক্ৰীড়া ঘৰ অসমৰ সম্বৰ্ধনা।
ৰহাৰ বাৰহপুজিয়া নৌপুখুৰি নিবাসী তথা বোৱাৰী প্ৰমিলা দাসে যোৱা ৮নবেম্বৰত ফিলেপাইনছত অনুষ্ঠিত...
ভাৰতীয় জনতা পাৰ্টিৰ বুৰ্থ সশক্তিকৰণত দেশৰ ভিতৰতে তৃতীয় স্থানত লখিপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা
ভাৰতীয় জনতা পাৰ্টিয়ে তৃণমূল পৰ্যায়ৰ বুৰ্থ কেন্দ্ৰৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলটো স্হিতি...