আলফাৰ চাৰ্জেন্ত মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন দেশ আৰু জাতিৰ বাবে আত্ম বলিদান দিয়া ধলা হাঁহখাটি মালভোগ গাওঁৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ মঙ্গলবাৰে ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন হৈ যায়। মালভোগ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগনত আজি মৰাণ সমাজৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আলফা সদস্য গৰাকীৰ আদ্যশ্রাদ্ধ আয়োজন কৰা হয়। আলফা (স্বা) সদস্য গৰাকীৰ ৰাজহুৱাকৈ আয়োজন কৰা আদ্যশ্ৰাদ্ধত অজস্ৰ লোকৰ সমাৱেশ ঘটে।উল্লেখ্য যে যোৱা ৯ আগষ্ট ২০২২ তাৰিখে অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তৰ পাংচুপাচত আলফা(স্বা) আৰু NSCN/GPRN ৰ যৌথ সামৰিক অভিযানত আছাম ৰাইফলচৰ সৈতে হোৱা সংঘৰ্ষত গুলিবৃদ্ধ হৈছিল আলফাৰ চাৰ্জেণ্টে মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসম আৰু যোৱা ২৫ আগষ্ট তাৰিখে পোৱাৰ ভাগত মৃত্যু হোৱা বুলি আলফা (স্বা) ৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসম স্বাক্ষৰিত প্ৰেছ বৃবিতিৰ জৰিয়তে জানিবলৈ দিছিল। উল্লেখ্য যে ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যুৰ সংবাদ লাভ কৰাৰ পিছত আলফা (স্বা) সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ শৱ দেহ বিচাৰি পৰিয়াল বৰ্গই আহ্বান জনাইছিল যদিও মৃত দেহ ঘৰলৈ ওভতাই পথোৱাটো সম্ভৱ নহয় বুলি পৰিয়ালক অৱগত কৰাত ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ পূত্তলিকা নিৰ্মাণ কৰি সৎকাৰ কৰিছিল গাওঁবাসীয়ে আৰু মংগল বাৰে ৰাজহুৱা ভাৱে আদ্যশ্ৰাদ্ধ আয়োজন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઓહ ! અટલ બ્રિજ ની પહેલા દિવસની આવક 3,63'720 રૂપિયા.
આપદા ને અવસર માં બદલવાની કુનેહ ધરાવતી સરકારે નાગરિકો માટે બ્રિજની ફી રાખી કોર્પોરેશન ની લખલુટ આવક...
सरपंचांनी गावात विकास कामे करताना कोणत्याही भेदभाव करू नये:आमदार समिर कुणावार
सरपंच हा गावाचा प्रमुख व्यक्ती असुन त्यांच्यावर गावाच्या विकासाची धुरा असते हि धुरा सांभाळताना...
વડોદરાની માંજલપુર બેઠકના કોંગ્રેસ કાર્યાલય પર બુથના નાણાંને લઈને બે કાર્યકરો વચ્ચે મારામારી
વડોદરા શહેરની માંજલપુર બેઠકના કોંગ્રેસના મધ્યસ્થ ચૂંટણી કાર્યાલય ખાતે બે કાર્યકરો વચ્ચે બુથના...
તમે કયારેય પણ નહિ જોઈ હોઈ આવી ગણેશજી ની સવારી | Viral Video
તમે કયારેય પણ નહિ જોઈ હોઈ આવી ગણેશજી ની સવારી | Viral Video
AAP has added drug menace to Punjab : Chugh
BJP national general secretary Tarun Chugh today demanded that Punjab Chief Minister Bhagwant...