বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আগমন্দিয়াত দেওবাৰৰ পৰা আৰম্ভ হৈছে হাডুডু খেল প্ৰতিযোগিতা। আগমন্দিয়া যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত খেলত শ শ খেল প্ৰেমি দৰ্শকে শান্তিপূৰ্ণভাবে উপভোগ কৰে। প্ৰথম দিনাৰ খেলত অংশগ্ৰহন কৰে চাছৰা আৰু আগমন্দিয়া হাডুডু দলে ২-১ গেমৰ ব্যৱধানত বিজয়ী হয় আগমন্দিয়া হাডুডু দলে। উক্ত খেলখনত ক্ৰমে অৱসৰপ্ৰাপ্ত ডি এছ পি বাক্কেছ দেৱান, আবুল হোছেইন,ছামচুৰ হক, সমাজ সেৱক শ্বাহজাহান আলী আদি কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি সকলে উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজাদি কি অমৃত মহোৎসব... লক্ষীমপুৰত প্ৰস্তুত কৰা হ'ব ১৩৬০০০ পতাকা
আজাদি কি অমৃত মহোৎসব... লক্ষীমপুৰত প্ৰস্তুত কৰা হব ১৩৬০০০ পতাকা..
આઝાદ અને આનંદના આઘાત બાદ હુડ્ડાએ કોંગ્રેસ હાઈકમાન્ડને આપી સલાહ
છેલ્લા એક સપ્તાહમાં જમ્મુ-કાશ્મીરથી લઈને હિમાચલ સુધીના દિગ્ગજ નેતાઓથી કોંગ્રેસને ધ્રુજારી મળી...
Lok Sabha Elections 2024: मुरादाबाद में सपा में दो फाड़, एसटी हसन का कटा टिकट,रुचि वीरा नई उम्मीदवार
Lok Sabha Elections 2024: मुरादाबाद में सपा में दो फाड़, एसटी हसन का कटा टिकट,रुचि वीरा नई उम्मीदवार
મહેસાણા : સ્કૂલ બસે ટક્કર મારતા બાઈક ચાલક યુવકનું ઘટનાસ્થળે જ મોત
મહેસાણાના શિવાલા સર્કલ પાસે સ્કૂલ બસે બાઈક લઇને જતા યુવકને ટકકર મારી હતી ઘટના પગલે યુવકને ગંભીર...